ETV Bharat / state

অট্টালিকাত উৰিল কংগ্ৰেছৰ প’ষ্টাৰ

author img

By

Published : Apr 23, 2019, 10:31 PM IST

Updated : Apr 24, 2019, 12:48 AM IST

নিৰ্বাচনী বিষয়া আৰু আৰক্ষী উপস্থিত হৈ আঁতৰাই দিয়ে কংগ্ৰেছৰ বেনাৰখন ।

কংগ্ৰেছৰ নিৰ্বাচনী বিধি উলংঘা

গুৱাহাটী, ২৩ এপ্ৰিলঃ মহানগৰীৰ আদাবাৰীত এজন ব্যক্তিগত ঘৰৰ চাঁদৰ ওপৰত কংগ্ৰেছৰ নিৰ্বাচনী পোষ্টাৰ । মহানগৰী আৰক্ষী আৰু নিৰ্বাচনী বিষয়াই আঁতৰাই দিয়ে পোষ্টাৰখন ।

কংগ্ৰেছৰ নিৰ্বাচনী বিধি উলংঘা

উল্লেখ্য যে, সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰশাসনে তীক্ষ্ন নজৰ ৰখাৰ লগতে চাৰিওফালে আৰক্ষী প্ৰশাসনৰ পহৰাৰ ব্যৱস্থা কৰিছে যদিও মহানগৰী আদাবাৰীৰ ব্যক্তিগত ঘৰৰ চাঁদৰ ওপৰত কেনেকৈ কোনে আঁৰিলে কংগ্ৰেছৰ নিৰ্বাচনী পোষ্টাৰ, তাক লৈ এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । নিৰ্বাচনী বিষয়া আৰু আৰক্ষী উপস্থিত হৈ আঁতৰাই দিয়ে কংগ্ৰেছৰ বেনাৰখন । কিন্তু কোনে, কিয় নিৰ্বাচনী বিধি উলংঘা কৰি কংগ্ৰেছৰ পোষ্টাৰখন আঁৰিলে সেই কথা এতিয়াও পোহৰলৈ অহা নাই ।

Slug: A_GHY_23APR_801_CONGRESS POSTER_HIRUL HAQUE

কংগ্ৰেছৰ নিৰ্বাচন বিধি উলংঘা। ব্যক্তিগত অট্টালিকাত আৰিলে নিৰ্বাচনী প্ৰচাৰৰ বেনাৰ। মহানগৰীৰ আদাবাৰীত এটা অট্টালিকাত কংগ্ৰেছে আৰিলে নিৰ্বাচনী প্ৰচাৰৰ বৃহৎ বেনাৰ। পিছত নিৰ্বাচনী আয়োগৰ বিষয়া উপস্থিত হৈ আতৰাই দিয়ে বেনাৰখন। 

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
Last Updated : Apr 24, 2019, 12:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.