ETV Bharat / state

এ পি এচ চিৰ সংস্কাৰৰ নামত সোণোৱালে কেবল বাহ বাহ লৈছে: দুৰ্গা দাস বড়ো - apsc scam

এ পি এচ চি কেলেংকাৰী বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জগৰীয়া কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ৷ তিনিটা বছৰে শাসনত বহি এ পি এছ চি সংস্কাৰৰ নামত সোণোৱালে কেৱল বাহ-বাহহে ল'লে বুলি মুখ্যমন্ত্ৰী গৰাকীক কটাক্ষ কংগ্ৰেছৰ নেতাগৰাকীৰ৷

এ পি এচ চিৰ সংস্কাৰৰ নামত সোণোৱালে কেবল বাহ বাহ লৈছে: দুৰ্গা দাস বড়ো
author img

By

Published : May 3, 2019, 7:16 PM IST

গুৱাহাটী, 3 মে' : অসম লোকসভা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ দিনত এ পি এচ চিত সংঘটিত হোৱা কেলেংকাৰীয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সমগ্ৰ দেশতেই৷

এ পি এচ চিৰ সংস্কাৰৰ নামত সোণোৱালে কেবল বাহ বাহ লৈছে: দুৰ্গা দাস বড়ো

বিজেপিয়ে এ পি এছ চি সংস্কাৰৰ বাবে এখন কমিটি গঠন কৰিছিল যদিও এ পি এচ চিৰ কোনো ধৰণৰ সংস্কাৰ ন'হল বুলি বৃহস্পতিবাৰে প্ৰকাশ কৰে দুৰ্গা দাস বড়োই ৷ যাৰ ফলত ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল আয়োগে ১৩ মাৰ্চ আৰু ৩০ এপ্ৰিলত দুবাৰকৈ ঘোষণা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে৷

Intro:এ পি এছ চি সংস্কাৰৰ নামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তিনিটা বছৰ বহি অকল বাহ বাহ ল'লে কিন্তু এ পি এছ চিৰ সংস্কাৰ ন'হল বুলি মন্তব্য প্ৰকাশ কৰি কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আক্ৰমণ।

Body:অসম লোকসভা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালে দিনত এ পি এছ চিত সংঘটিত হোৱা কেলেংকাৰীয়ে সমগ্ৰ দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে এ পি এছ চি সংস্কাৰৰ বাবে এখন কমিটি গঠন কৰিছিল যদিও এ পি এছ চিৰ কোনো ধৰণৰ সংস্কাৰ ন'হল ইয়াৰ প্ৰমাণ পোৱা দেখিবলৈ পোৱা গ'ল যোৱা ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা সংযুক্ত প্ৰতিযোগিতামূল প্ৰাৰম্ভিক পৰীক্ষাত।

অসম লোকসভা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূল প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল আয়োগে যোৱা ১৩ মাৰ্চ আৰু ৩০ এপ্ৰিলত দুবাৰকৈ দুবাৰকৈ ঘোষণা কৰাত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা দুৰ্গা দাস বড়োয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ আক্ৰমণ কৰে। বড়োয়ে কয় যে ৰাকেশ পালৰ দুৰ্নীতিৰ তদন্ত কৰি সোনোৱালে কেৱল বাহ বাহ ল'লে। এ পি এছ চি সংস্কাৰ কৰিবলৈ বিজেপি চৰকাৰে কমিটি গঠন কৰিছিল যদিও এ পি এছ চি কোনো ধৰণৰ সংস্কাৰ ন'হল।

বাইট : দুৰ্গা দাস বড়ো

Conclusion:দুৰ্গা দাস বড়োয়ে কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক আক্ৰমণ কৰি কয় যে নৱ কুমাৰ শৰণীয়াই বড়ো আৰু অবড়োৰ ৰাজনীতি কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.