ETV Bharat / state

কাহিলিপৰাত ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

author img

By

Published : Sep 8, 2019, 3:11 PM IST

কাহিলিপৰাত ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু৷ দুটাকৈ ঘৰচীয়া হাতীলৈ কলগছ নিবলৈ আহিছিল মাউত জনে৷

ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

গুৱাহাটী, 8 ছেপ্টেম্বৰঃ দেওবাৰে মহানগৰীৰ কাহিলিপৰাৰ দক্ষিণগাঁৱত ঘৰচীয়া হাতীৰ আক্ৰমণত এজন মাউতৰ মৃত্যু হয়৷ দুটাকৈ ঘৰচীয়া হাতীলৈ কলগছ নিবলৈ আহিছিল মাউত জনে৷

ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

তেনে সময়তে হাতী দুটাৰ মাজৰ ৰামু নামৰ হাতীটোৱে উগ্ৰ হৈ মাউতজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে৷ ইপিনে ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত মাউত জনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত চিকিৎসকে মাউত জনক মৃত ঘোষণা কৰে৷ ইপিনে হাতী দুটাৰ উগ্ৰ ৰূপ দেখি স্থানীয় ৰাইজে হাতী দুটাক আবদ্ধ কৰি ৰাখিছে। সম্প্ৰতি হাতী দুটা দক্ষিণগাঁৱত ৱাক আফ বৰ্ডৰ পৰিসৰত আবদ্ধ হৈ আছে।

Intro:মহানগৰীৰ কাহিলিপৰাৰ দক্ষিণগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰচীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন। দুটাকৈ ঘৰচীয়া হাতীলৈ কলগছ নিবলৈ অহা মাউতক আক্ৰমণ কৰে হাতী।

Body:আজি দুপৰীয়াৰ ভাগত মহানগৰীৰ কাহিলিপৰাৰ দক্ষিণগাঁৱত দুটাকৈ ঘৰচীয়া হাতী লৈ মাউত দুজন কলগছ নিবলৈ আহোঁতে হাতী দুটাৰ মাজৰ ৰামু নামৰ হাতীটো উগ্ৰ হৈ মাউতক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। আঘাতপ্ৰাপ্ত মাউত জনক চিকিৎসালৈ নিয়া হয় যদিও চিকিৎসালায়ত মাউত জনৰ মৃত্যু হোৱা জানিবলৈ পোৱা গৈছে।

Conclusion:হাতী দুটাৰ উগ্ৰ ৰূপ দেখি স্থানীয় ৰাইজে হাতী দুটাক আবদ্ধ কৰি ৰাখিছে। বৰ্তমানেও হাতী দুটা দক্ষিণগাঁৱত ৱাকআফ বৰ্ডৰ পৰিসৰত আবদ্ধ হৈ আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.