ETV Bharat / state

দিলীপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!

author img

By

Published : Jan 10, 2020, 8:50 PM IST

Updated : Jan 11, 2020, 9:05 AM IST

প্ৰথমে কোন আগবাঢ়ি আহিছিল চিনাকি হ'বলৈ ? বলিউডত সুযোগ দিয়াৰ ক্ষেত্ৰত কি ক’লে শংকৰ মহাদেৱনে ৷ সকলো ক'লে ই টি ভি ভাৰতৰ সৈতে হোৱা এক টেলিফ'নিক সাক্ষাৎকাৰত ৷

DILIP HEERA GONE VIRAL
দীলিপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!

নিউজ ডেস্ক, 10 জানুৱাৰীঃ কালিলৈকে অপৰিচিত আছিল শিল্পীগৰাকী ৷ সংগীতৰ সৈতে জড়িত কেইজনমান মুষ্টিমেয় লোকক বাদ দি সাধাৰণ লোকৰ বাবে তেওঁৰ কোনো বিশেষ পৰিচয় নাছিল ৷ কিন্তু নিজৰ প্ৰতিভাৰ বলেৰে বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক শংকৰ মহাদেৱনৰ দৃষ্টি আকৰ্ষণ কৰিলে এইগৰাকী বাঁহীবাদকে ৷ তেওঁৰ নাম দিলীপ হীৰা ৷ ছ'চিয়েল মিডিয়াত বলীউডৰ প্ৰখ্যাৎ সংগীত শিল্পী শংকৰ মহাদেৱনে দিলীপ হীৰাক প্ৰশংসা কৰি শ্বেয়াৰ কৰিলে এটা ভিডিঅ' ৷

ইতিমধ্যে এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে চ'ছিয়েল মিডিয়াত ৷ কেনেকৈ শংকৰ মহাদেৱনক লগ পালে দিলীপে ৷ প্ৰথমে কোন আগবাঢ়ি আহিছিল চিনাকি হ'বলৈ ? বলিউডত সুযোগ দিয়াৰ ক্ষেত্ৰত কি কলে শংকৰ মহাদেৱনে ৷ সকলো ক'লে ই টি ভি ভাৰতৰ সৈতে হোৱা এক টেলিফ'নিক সাক্ষাৎকাৰত ৷

লগতে চাওকঃ মাজুলীত কেলিফ্ৰনিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক

Intro:Body:

কালিলৈকে অপৰিচিত আছিল শিল্পীগৰাকী ৷ সংগীতৰ সৈতে জড়িত কেইজনমান মুষ্টিমেয় লোকক বাদ দি সাধাৰণ লোকৰ বাবে তেওঁৰ কোনো বিশেষ পৰিচয় নাছিল ৷ কিন্তু হঠাৎ যেন ভাগ্য সুপ্ৰসন্ন হ'ল এইগৰাকী বাঁহীবাদকৰ ৷ তেওঁৰ নাম দিলীপ হীৰা ৷ চ'ছিয়েল মিডিয়াত বলীউডৰ প্ৰখ্যাৎ সংগীত শিল্পী শংকৰ মহাদেৱনে দিলীপ হীৰাক প্ৰশংসা কৰি শ্বেয়াৰ কৰিলে এটা ভিডিঅ' ৷ ইতিমধ্যে এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে চ'ছিয়েল মিডিয়াত ৷ কেনেকৈ শংকৰ মহাদেৱনক লগ পালে দিলীপে, সকলো ক'লে ই টি ভি ভাৰতৰ সৈতে হোৱা এক টেলিফৌনিক সাক্ষাৎকাৰত..........

Conclusion:
Last Updated : Jan 11, 2020, 9:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.