ETV Bharat / state

মা কামেশ্বৰী আৰু কামেশ্বৰদেৱৰ বিবাহৰ বাবে নীলাচলৰ বুকুত ভক্তৰ পদধূলা - কামাখ্যাত মন্দিৰত পৰম্পৰাগত পুহন বিবাহ

আহোম ৰাজত্ব কালৰে পৰা সমাজৰ কল্যাণৰ হকে আয়োজন কৰি অহা হৈছে এক পুত্তলিকা বিবাহ। মা কামেশ্বৰী আৰু কামেশ্বৰৰ মাজত সম্পন্ন কৰা হয় এই বিবাহ। এই ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখিয়ে প্ৰতিবছৰে জাকজমকতাৰে আয়োজন কৰা হয় পুহন বিবাহ ।

কামাখ্যাত পৰম্পৰাগত পুহন বিবাহ বিবাহ
কামাখ্যাত পৰম্পৰাগত পুহন বিবাহ বিবাহ
author img

By

Published : Jan 12, 2020, 9:13 PM IST

গুৱাহাটী, 12 জানুৱাৰী: শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মা কামাখ্যা ধামত অনুষ্ঠিত হৈছে পৰম্পৰাগত পুহন বিবাহ। প্ৰতিবছৰৰ দৰেই এইবেলিও সম্পূৰ্ণ আধ্যাত্মিকতাৰে আয়োজন কৰা হৈছে কামেশ্বৰ অৰ্থাৎ মহাদেৱ আৰু কামেশ্বৰী অৰ্থাৎ মা কামাখ্যাৰ বিবাহ। পুহন বিবাহ উপলক্ষে সজাই পৰাই তোলা হৈছে মন্দিৰ প্ৰাংগন। নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে মা কামাখ্যা ধাম। মাৰ বিবাহৰ এই শুভ অনুষ্ঠানত ভাগ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটে কেইবা সহস্ৰাধিক ভক্তৰ। আহোম ৰাজত্ব কালৰ দিনৰে পৰা সমাজৰ কল্যাণৰ হকে আয়োজন কৰি অহা হৈছে এক পুত্তলিকা বিবাহ । মা কামেশ্বৰী আৰু কামেশ্বৰৰ মাজত সম্পন্ন কৰা হয় এই বিবাহ । এই ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখিয়ে প্ৰতিবছৰে জাকজমকতাৰে আয়োজন কৰা হয় পুহন বিবাহ। ইফালে বিবাহ উপলক্ষে ভক্তৰ বাবে সকলো সা সুবিধাৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। ভক্তৰ বাবে বিশেষ ভোগৰো ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে, কাইলৈ দেৱ দেৱীৰ পূজা অৰ্চনাৰ পিছত বাহি বিবাহেৰে এই বিবাহ অনুষ্ঠানৰ সামৰণি পৰিব।

কামাখ্যাত পৰম্পৰাগত পুহন বিবাহ বিবাহ

লগতে পঢ়ক: ৰৌতা আৰক্ষীৰ জালত লক্ষাধিক মূল্যৰ সুৰাসহ দুজন যুৱক

Intro:শণিবাৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মা কামাখ্যা ধামত অনুষ্ঠিত হৈছে পৰম্পৰাগত পুংসবন বিবাহ। প্ৰতিবছৰে দৰেই এইবেলিও সম্পূৰ্ণ আধ্যাত্মিকতাৰে আয়োজন কৰা হৈছে কামেশ্বৰ আৰু কামেশ্বৰীৰ বিবাহ। পুহম বিবাহ উপলক্ষে সজাই পৰাই তোলা হৈছে মন্দিৰ প্ৰাংগন। নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে মা কামাখ্যা ধাম। মাৰ বিবাহৰ এই শুভ অনুষ্ঠানত ভাগ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটে কেইবা সহস্ৰাধিক ভক্তৰ। আহোম ৰাজত্ব কালৰ দিনৰে পৰা সমাজৰ কল্যাণৰ হকে আয়োজন কৰি অহা হৈছে এক পুত্তলিকা বিবাহ। মা কামেশ্বৰী আৰু কামেশ্বৰৰ মাজত সম্পন্ন কৰা হয় এই বিবাহ। এই ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখিয়ে প্ৰতিবছৰে জাকজমকতাৰে আয়োজন কৰা হয় পুংসবন বিবাহ। ইফালে বিবাহ উপলক্ষে ভক্তৰ বাবে সকলো সা সুবিধাৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। ভক্তৰ বাবে বিশেষ ভোগৰো ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে কাইলৈ দেৱ দেৱীৰ পূজা অৰ্চনাৰ পিছত বাহী বিবাহৰে এই বিবাহ অনুষ্ঠানৰ সামৰণি পৰিব।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.