ETV Bharat / state

পৰিৱেশ সংৰক্ষণৰ সজাগতাৰে ১১গৰাকী চাইক্লিষ্টৰ চাইকেল ৰেলী - cycle rally

পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ লক্ষ্যৰে এক বিশেষ চাইকেল ৰেলী ৷ ৰেলীত অংশগ্ৰহণ কৰিছে গুজৰাটৰ 11 গৰাকী চাইক্লিষ্টে ৷

পৰিৱেশ সংৰক্ষণৰ সজাগতাৰে ১১গৰাকী চাইক্লিষ্টৰ চাইকেল ৰেলী
author img

By

Published : Nov 25, 2019, 8:02 AM IST

গুৱাহাটী,24 নৱেম্বৰ: পানী সংৰক্ষণৰ সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে এক বিশেষ চাইকেল ৰেলীৰ নেতৃত্ব বহন কৰিছে গুজৰাটৰ এটা চাইক্লিষ্ট দলে । যোৱা ৩ নৱেম্বৰত গুজৰাটৰ পৰা ১১ গৰাকী চাইক্লিষ্টে যাত্ৰা আৰম্ভ কৰিছিল । দেওবাৰে দিনত গুৱাহাটীত চাইক্লিষ্টৰ দলটো উপস্থিত হয় । ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত লায়ন্স ক্লাৱে আদৰণি জনায় সেউজীয়া পৃথিৱী গঢ়া আৰু পানী সংৰক্ষণৰ সজাগতাৰ লক্ষ্যৰে চাইকেল যাত্ৰাৰে গুৱাহাটীত উপস্থিত হোৱা দলটোক । শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অনুষ্ঠানটোত উপস্থিত থাকি দলটোক সম্বৰ্ধনা জ্ঞাপন কৰে । এঘাৰজনীয়া এই দলটোত আছে ক্ৰমে মেজৰ জেনেৰেল ড৹ এ ভি কে মোহন, আই পি এছ ড৹ চি শৈলেন্দ্ৰ বাবু, কাননান ৰামাচান্দান, শেখৰ ৰাও, মানিপাল্লি বিনয় বাবু, ৰাকেশ কুমাৰ পাৱান, শ্ৰীনি স্বামীনাথন, বালাজী প্ৰসাদ, ভাস্কৰ গোবিন্দৰাজ, ৰাজেন্দ্ৰন ৰামামুৰ্থী, গ্ৰীণচীনা ভি চান্দৰান আৰু বিদ্যা চন্দৰান ।

পৰিৱেশ সংৰক্ষণৰ সজাগতাৰে ১১গৰাকী চাইক্লিষ্টৰ চাইকেল ৰেলী

ইফালে, এই 11 গৰাকী চাইক্লিষ্টৰ নেতৃত্বত সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা গুৱাহাটীৰ ছাত্ৰীবাৰীলৈ পানী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে উলিওৱা হয় এক চাইকেল ৰেলী । ৰেলীত প্ৰায় দুই শতাধিক চাইক্লিষ্টে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে, পৰিৱেশ তথা পানী সংৰক্ষণ কৰি পৃথিৱীক সেউজীয়াকৈ কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । তাৰোপৰি চাইক্লিষ্টৰ দলটোৰ এই সজাগতামূলক কাৰ্যক শলাগ লোৱাৰ লগতে লায়ন্স ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ভট্টাচাৰ্যই ।

আৰু পঢ়ক ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি

Intro:পানী সংৰক্ষণৰ সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে বিশেষ চাইকেল ৰেলী। যোৱা ৩ নৱেম্বৰত গুজৰাটৰ পৰা চাইকেলৰে যাত্ৰা আৰম্ভ কৰিছিল ১১গৰাকী চাইকেলিষ্টে। দেওবাৰে গুৱাহাটীত উপস্থিত হয় চাইকেলিষ্টৰ দলটো। ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত লাইনছ ক্লাৱে আদৰণি জনাই সেউজীয়া পৃথিৱী গঢ়া আৰু পানী সংৰক্ষণৰ সজাগতাৰ লক্ষ্যৰে চাইকেল যাত্ৰাৰে গুৱাহাটীত উপস্থিত হোৱা দলটোক। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অনুষ্ঠানটোত উপস্থিত থাকি দলটোক সম্বৰ্ধনা জ্ঞাপন কৰে। এঘাৰজনীয়া এই দলটোত আছে ক্ৰমে মেজৰ জেনেৰেল ড০ এ ভি কে মোহন, IPS ড০ চি শৈলেন্দ্ৰ বাবু, কাননান ৰামাচান্দান, শেখৰ ৰাও, মানিপাল্লি বিনয় বাবু, ৰাকেশ কুমাৰ পাৱান, শ্ৰীনি স্বামীনাথন, বালাজী প্ৰসাদ, ভাস্কৰ গোবিন্দৰাজ, ৰাজেন্দ্ৰন ৰামামুৰ্থী, গ্ৰীণচীনা ভি চান্দৰান আৰু বিদ্যা চন্দৰান। ইফালে এই ১১গৰাকী চাইকেলিষ্টৰ নেতৃত্বত সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা গুৱাহাটীৰ ছাত্ৰীবাৰীলৈ পানী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে উলিওৱা হয় এক চাইকেল ৰেলী। ৰেলীত প্ৰায় দুই শতাধিক চাইকেলিষ্টে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে পৰিৱেশ তথা পানী সংৰক্ষণ কৰি পৃথিৱীক সেইজীয়াকৈ ৰাখিবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। তাৰোপৰি চাইকেলিষ্টৰ দলটোৰ এই সজাগতামূলক কাৰ্যক শলাগ লোৱাৰ লগতে লাইনছ ক্লাৱক ধন্যবাদ জনাই মন্ত্ৰী ভট্টাচাৰ্যই।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.