- আকৌ হাত দাঙিলে আন এজন ঘোচখোৰ চৰকাৰী বিষয়াই
- শুকুৰবাৰে আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন চৰকাৰী বিষয়া (Vigilance and Anti Corruption Assam)
- উৎকোচ লোৱা সময়তে হাতে-লোটে ধৰা পৰে চৰকাৰী বিষয়াজন
- ধৃত বিষয়াজন হৈছে ACS বিষয়া কে কে শৰ্মা (Corrupted govt employee Assam)
- কে কে শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাই চলাই অভিযান
- এই অভিযানত তেওঁৰ বাসগৃহৰ পৰা জব্দ কৰে ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা
- শুকুৰবাৰে ৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ যুটীয়া সচিব শৰ্মা
- জানিব পৰা মতে, এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ
-
Further to trap & arrest of Sri KK Sharma last evening, search by @DIR_VAC_ASSAM at his residential premise has led to recovery of unaccounted cash INR 49 Lacs 24 thousand 700. The same is being seized and lawful action taken. @assampolice @CMOfficeAssam pic.twitter.com/F9GTWyyzYu
— GP Singh (@gpsinghips) October 29, 2022 " class="align-text-top noRightClick twitterSection" data="
">Further to trap & arrest of Sri KK Sharma last evening, search by @DIR_VAC_ASSAM at his residential premise has led to recovery of unaccounted cash INR 49 Lacs 24 thousand 700. The same is being seized and lawful action taken. @assampolice @CMOfficeAssam pic.twitter.com/F9GTWyyzYu
— GP Singh (@gpsinghips) October 29, 2022Further to trap & arrest of Sri KK Sharma last evening, search by @DIR_VAC_ASSAM at his residential premise has led to recovery of unaccounted cash INR 49 Lacs 24 thousand 700. The same is being seized and lawful action taken. @assampolice @CMOfficeAssam pic.twitter.com/F9GTWyyzYu
— GP Singh (@gpsinghips) October 29, 2022
-
- বৰ্তমানেও অব্যাহত আছে দুৰ্নীতি নিবাৰকৰ অভিযান