ETV Bharat / state

চৌদিশে কৰ’ণাৰ আতংক, মহানগৰীত ম্লান পাৰিছে ফাকুৱাৰ আনন্দ

author img

By

Published : Mar 9, 2020, 11:10 AM IST

ফাকুৱাৰ এই বতৰত গুৱাহাটীৰ কেইবাটাও ব্যস্ত ৰাজপথ ফাকুৱাৰ ৰঙত ৰঙীন হৈ পৰে ৷ কিন্তু ইয়াপ বিপৰীতে এইবেলি ফাকুৱাত মহানগৰীৰ ৰাজপথলৈ ওলাই নাহিল ৰং বলিয়া ৰাইজ ৷ কৰ'ণাৰ ভাইৰাছৰ আতংকত ম্লান হৈ পৰিছে ফাকুৱাৰ উৎসাহ ৷

Corona Virus effect on Guwahati Holi
চৌদিশে কৰ’ণাৰ আতংক, মহানগৰাত স্লান পাৰিছে ফাকুৱাৰ উৎসাহ

গুৱাহাটী,9 মাৰ্চঃ চৌদিশে এতিয়া কেৱল কৰ'ণা ভাইৰাছৰ আতংক ৷ এইবেলি কৰ'ণাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৰঙৰ উৎসৱ ফাকুৱাত ৷ ফাকুৱাৰ এই বতৰত গুৱাহাটীৰ কেইবাটাও ব্যস্ত ৰাজপথ ৰঙীন হৈ পৰে ফাকুৱাৰ ৰঙত ৷ কিন্তু ইয়াৰ বিপৰীতে এইবেলি ফাকুৱাত মহানগৰীৰ ৰাজপথলৈ ওলাই নাহিল ৰং বলিয়া ৰাইজ ৷ কৰ'ণা ভাইৰাছৰ আতংকত ম্নান হৈ পৰিছে ফাকুৱাৰ উৎসাহ ৷

আনহাতে, প্ৰতিবছৰে ফাকুৱাৰ সময়ত ভিৰ হৈ থকা ৰঙৰ দোকানসমূহতো নাই গ্ৰাহক ৷ সকলো আতংকিত, ফাকুৱা খেলিলে কৰ'ণাৰ ভাইৰাছত আক্ৰান্ত হোৱাৰ ভয় সকলোৰে মনত ৷ ইতিমধ্যে অসমত কৰ'ণাৰ ভাইৰাছৰ আতংকত বাবে পিছুৱাই দিয়া হৈছে কাজিৰঙা মহোৎসৱ ৷ গুৱাহাটীত স্থগিত কৰা হৈছে ৩৩তম গুৱাহাটী গ্ৰন্থমেলা ৷

চৌদিশে কৰ’ণাৰ আতংক, মহানগৰীত ম্লান পাৰিছে ফাকুৱাৰ আনন্দ

লগতে পঢ়ক-তেতেলীয়াত পথ দুৰ্ঘটনা, নিহত 1 আহত 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.