ETV Bharat / state

গগৈৰ অবৰ্তমানত কিদৰে আগুৱাব প্ৰদেশ কংগ্ৰেছ ! - দিছপুৰৰ চৰকাৰী বাসগৃহ

বিজেপিক প্ৰত্যাহ্বান জনাবলৈ মহাজোট গঠনৰ পৰিকল্পনাও আছিল তৰুণ গগৈৰেই । সেই মৰ্মে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ জীৱন কালতে দিছপুৰৰ চৰকাৰী বাসগৃহত কংগ্ৰেছ আৰু এআইইউডিএফৰ এক বৈঠকো অনুষ্ঠিত কৰিছিল। কিন্তু সম্প্ৰতি তৰুণ গগৈৰ বিয়োগে প্ৰদেশ কংগ্ৰেছক বহু পৰিমাণে নাৰ্ভাছ কৰি তুলিছে নেকি সেয়াহে ডাঙৰ প্ৰশ্ন ।

গগৈৰ অবৰ্তমানত কিদৰে আগুৱাব প্ৰদেশ কংগ্ৰেছ !

author img

By

Published : Nov 29, 2020, 6:40 PM IST

গুৱাহাটী, 29 নৱেম্বৰঃ ভূতপূৰ্ৱ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগ ৰাজ্যৰ কংগ্ৰেছ দলৰ বাবে যে বৃহৎ ক্ষতি সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । তাতে সমূখত বিধানসভা নিৰ্বাচন । গতিকে স্বাভাৱিকতে গগৈৰ অনুপস্থিতিত বা অবৰ্তমানত প্ৰদেশ কংগ্ৰেছে অনাগত নিৰ্বাচনী ৰাজনীতি কেনেদৰে মোকাবিলা কৰিব সেয়া এতিয়া ৰাজনৈতিক শিবিৰত অতিকৈ চৰ্চিত বিষয় ।

গগৈৰ অবৰ্তমানত কিদৰে আগুৱাব প্ৰদেশ কংগ্ৰেছ !
গগৈৰ অবৰ্তমানত কিদৰে আগুৱাব প্ৰদেশ কংগ্ৰেছ !

বিজেপিক প্ৰত্যাহ্বান জনাবলৈ মহাজোট গঠনৰ পৰিকল্পনাও আছিল তৰুণ গগৈৰেই । সেই মৰ্মে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ জীৱন কালতে দিছপুৰৰ চৰকাৰী বাসগৃহত কংগ্ৰেছ আৰু এআইইউডিএফৰ এক বৈঠকো অনুষ্ঠিত কৰিছিল। কিন্তু সম্প্ৰতি তৰুণ গগৈৰ বিয়োগে প্ৰদেশ কংগ্ৰেছক বহু পৰিমাণে নাৰ্ভাছ কৰি তুলিছে নেকি সেয়াহে ডাঙৰ প্ৰশ্ন । অৱশ্যে এনে সম্ভাৱনা নুই কৰিছে কংগ্ৰেছ দলে ।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই ইটিভি ভাৰতক কয় যে, নিঃসন্দেহে গগৈৰ বিয়োগ কংগ্ৰেছৰ বাবে বৃহৎ ক্ষতি । কিন্তু তেওঁৰ দেহাৱসানে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ওপৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাজনে । উল্লেখযোগ্য যে গগৈয়ে আৰম্ভ কৰি থৈ যোৱা মহাজোট গঠনৰ প্ৰক্ৰিয়া প্ৰদেশ কংগ্ৰেছে অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ পখিলা খেদা বয়সতে জটিল ৰোগত আক্ৰান্ত টীয়কৰ এটি কণমানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.