ETV Bharat / state

কংগ্ৰেছে অসমত লাভ কৰিব সংখ্যাগৰিষ্ঠতা : ৰিপুণ বৰা

14 খন আসনৰ ভিতৰত 10 খনেই কংগ্ৰেছৰ দখললৈ যাব বুলি দৃঢ় বিশ্বাসী কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷

কংগ্ৰেছে অসমত লাভ কৰিব সংখ্যাগৰিষ্ঠতা : ৰিপুণ বৰা
author img

By

Published : Apr 19, 2019, 11:04 PM IST

গুৱাহাটী, 19 এপ্ৰিল : লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে লাভ কৰি সংখ্যাগৰিষ্ঠতা ৷ এই মন্তব্য কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

অসমত লোকসভাৰ 14 খন আসনৰ ভিতৰত 10 খনেই কংগ্ৰেছৰ দখললৈ যাব বুলি উল্লেখ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ ৰাজ্যত কংগ্ৰেছৰ স্থিতিত ভীতিগ্ৰস্ত হৈহে বিজেপিয়ে প্ৰধামন্ত্ৰীৰ হতুৱাই নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলিও উল্লেখ কৰে ৰিপুণ বৰাই ৷ এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা সম্বন্ধটো মুখ খোলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ মিত্ৰতাৰ সন্দৰ্ভত আজমলৰ লগত কোনোধৰণৰ আলোচনা হোৱা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৰিপুণ বৰাই ৷

Intro:আগন্তুক লোকসভা নিৰ্বাচনত অসমত সংখ্যাগৰিষ্ঠ দল হ'ব কংগ্ৰেছ। ১৪খন আসনৰ প্ৰায় ১০খন লাভ কৰিব কংগ্ৰেছে। কংগ্ৰেছৰ শেহতীয়া স্থিতিত ভয় খাই প্ৰধানমন্ত্ৰীৰ দ্বাৰা চলাইছিল নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছে। মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপিক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিব। এই মন্তব্য কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। বৰাৰ মতে এইবাৰ কংগ্ৰেছৰ ফলাফল যথেষ্ট ভাল হ'ব।

Body:প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৩খনকৈ আসন পোৱাটো নিশ্চিত বুলি দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। ইফালে বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা সন্দৰ্ভত কোনো আলোচনায়ে হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে বৰাই।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.