ETV Bharat / state

জনতা ভৱনত ৰাজহ বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ভূমি নথি শুধৰণীকৰণৰ বাবে শীঘ্ৰে আৰম্ভ কৰিব পাইলট প্ৰজেক্ট

ফাইল ফটো
author img

By

Published : Jul 12, 2019, 6:13 PM IST

  • পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যতে চলিব ভূমি নথি শুধৰণীকৰণৰ এই প্ৰক্ৰিয়া
  • ভূমি সংক্ৰান্তীয় বেমেজালি আতৰ কৰাৰ বাবে প্ৰতিখন গাঁৱৰ প্ৰতিজন পট্টাদাৰক সুকীয়া পট্টা প্ৰদানৰ বাবে ল’ব পদক্ষেপ
  • আধাৰ কাৰ্ডৰ সৈতে ভূমি নথিৰ তথ্য সংলগ্ন কৰাৰ বাবে গ্ৰহণ কৰা হ’ব পদক্ষেপ
  • জৰীপ নোহোৱা সকলো গাঁৱৰ ভূমিৰ জৰীপ শীঘ্ৰে আৰম্ভ হ’ব
  • চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা পট্টা প্ৰদানকে ধৰি ভূমি নথি প্ৰদানৰ ক্ষেত্ৰত হোৱা বিলম্বৰ হ’ব নিয়মীয়া পৰ্যবেক্ষণ
  • ভূমি নথি প্ৰদানত নিৰ্দ্ধাৰিত সময়তকৈ বিলম্ব কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
  • 1960 চনৰ পৰা পুনৰীক্ষণ নোহোৱাকৈ আছে ভূমি নথি সংক্ৰান্তীয় বিভিন্ন সেৱাৰ মূল্য
  • পুনৰীক্ষণ নোহোৱাকৈ থকা এনে সেৱা সমূহৰ মূল্য পুনৰ মূল্যায়ণৰ সিদ্ধান্ত
  • লাট মণ্ডলৰ বদলিকৰণৰ নীতি শীঘ্ৰে প্ৰকাশ কৰিব ৰাজহ বিভাগে
  • লাট মণ্ডলকে ধৰি ৰাজহ বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীৰ দক্ষতা বৃদ্ধিৰ বাবে হ'ব প্ৰশিক্ষণ

Intro:Body:

 জনতা ভৱনত অনুষ্ঠিত বৈঠকত ৰাজহ বিভাগৰ কাম-কাজ পৰ্য্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে -

২) ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ভূমি নথি শুদ্ধৰণীৰকৰণৰ বাবে শীঘ্ৰে আৰম্ভ কৰিব পাইলট প্ৰজেক্ট। 

৩) পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যতে চলিব ভূমি নথি শুদ্ধৰণীকৰণৰ এই প্ৰক্ৰিয়া।

৪) ভূমি সংক্ৰান্তীয় বেমেজালি আঁতৰ কৰাৰ বাবে প্ৰতিখন গাঁৱৰ প্ৰতিজন পট্টাদাৰক সুকীয়া পট্টা প্ৰদানৰ বাবে লব পদক্ষেপ।

৫) আধাৰ কাৰ্ডৰ সৈতে ভূমি নথিৰ তথ্য সংলগ্ন কৰাৰ বাবে লব পদক্ষেপ।

৬) জৰীপ নোহোৱা সকলো গাঁৱৰ ভূমি জৰীপ শীঘ্ৰে আৰম্ভ হব।

৭) চক্ৰ বিষয়া কাৰ্য্যালয়ৰ পৰা পট্টা প্ৰদানকে ধৰি ভূমি নথি প্ৰদানৰ ক্ষেত্ৰত হোৱা বিলম্বৰ হব নিয়মীয়া পৰ্যবেক্ষণ। উন্নত MIS ব্যৱস্থাৰে হব নিৰীক্ষণ।

৮) ভূমি নথি প্ৰদানত নিৰ্দ্ধাৰিত সময়তকৈ বিলম্ব কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

৯) ১৯৬০ চনৰ পৰা পুনৰীক্ষণ নোহোৱাকৈ আছে ভূমি নথি সংক্ৰান্তীয় বিভিন্ন সেৱাৰ মূল্য।

১০) পুনৰীক্ষণ নোহোৱাকৈ থকা এনে সেৱা সমূহৰ মূল্য পুনৰমূল্যায়ণৰ সিদ্ধান্ত।

৭) লাট মণ্ডলৰ বদলিকৰণৰ নীতি শীঘ্ৰে প্ৰকাশ কৰিব ৰাজহ বিভাগে।

৮) লাট মণ্ডলকে ধৰি ৰাজহ বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীৰ দক্ষতা বৃদ্ধিৰ বাবে হব প্ৰশিক্ষণ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.