ETV Bharat / state

মহানগৰীত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ

author img

By

Published : Nov 16, 2019, 7:10 PM IST

Updated : Nov 16, 2019, 7:50 PM IST

মহানগৰীৰ খ্ৰীষ্টান বস্তিত কংগ্ৰেছ দল তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ ৷ ৰাজীৱ ভৱন অভিমুখী প্ৰতিবাদকাৰী দলক বাধা প্ৰদান আৰক্ষীৰ ৷ ৰাফেল চুক্তি পুনৰীক্ষণৰ আবেদনকাৰী ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন :

মহানগৰীৰ ৰাজপথত বিজেপিৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, নৱেম্বৰ 16 : মহানগৰীৰ খ্ৰীষ্টান বস্তিত কংগ্ৰেছ দল তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ ৷ ৰাজীৱ ভৱন অভিমুখী প্ৰতিবাদকাৰী দলক বাধা প্ৰদান আৰক্ষীৰ ৷ ৰাফেল চুক্তি পুনৰীক্ষণৰ আবেদনকাৰী ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন :

ৰাহুল গান্ধী তথা কংগ্ৰেছৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বিজেপিৰ

Intro:শনিবাৰে মহানগৰীৰ খ্ৰীষ্টান বস্ত্ৰীৰ বিজেপিৰ কামৰূপ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা বিজেপিৰ কৰ্মী সকলে এক প্ৰতিবাদী সমদল উলিয়াই । কংগ্ৰেছ দল তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ । প্ৰতিবাদী সমদল মহানগৰী খ্ৰীষ্টান বস্ত্ৰীৰ জিলা কাৰ্যালয়ৰ পৰা ৰাজীৱ ভনৰ অভিমুখে যাত্ৰা কৰে যদিও আধা বাটতে আৰক্ষী বেৰীকে দি ৰাজীৱ ভৱনলৈ যোৱাত বাধা দিয়ে প্ৰতিবাদকাৰী সকলক ।
Body:উচ্চতম ন্যায়লয়ত ৰাফেল চুক্তি পুনৰীক্ষণ খাৰিচক লৈ উৎসাহী বিজেপি কৰ্মী সকল ।সমানে ৰাফেল চুক্তি পুনৰীক্ষণৰ আবেদনকাৰী ৰাহুল গান্ধী ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীৰ । Conclusion:উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত কেন্দ্ৰৰ বিৰুদ্ধ ৰাফেল ক্ৰয়ৰ দুৰ্নীতিৰ অভিযোগ তুলিছিল ৰাহুল গান্ধীয়ে। আনকি আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দ্বাৰস্ত হৈছিল ৰাহুল ।
পিছে, আদালতৰ মজিয়াত পুনৰীক্ষণ আবেদন খাৰিচৰ পাছতে ৰাহুল বিৰুদ্ধে সৰহ বিজেপি কৰ্ম কৰ্তা ।
ৰাহুল গান্ধীয়ে ৰাজহুৱা ক্ষমা খুজাৰ দাবীত গুৱাহাটীৰ লগতে সমগ্ৰ অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতি সমূহে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী হাতত লৈছে ।
Last Updated : Nov 16, 2019, 7:50 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.