গুৱাহাটী, 29 ছেপ্টেম্বৰঃ
উপনিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা
অসমৰ 4 সমষ্টিৰ লগতে দেশৰ 32 টা সমষ্টিৰ বাবে প্ৰকাশ কৰিলে তালিকা
1নং ৰাতাবাৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰ

44নং জনীয়া সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী তৌফিক ৰহমান
74 নং ৰঙাপৰা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰ
106নং সোণাৰি সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈ