ETV Bharat / state

ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত 'একেটি বাক্যত গুৰু প্ৰণতি' শীৰ্ষক গ্ৰন্থখন - গুৰু জয়ন্তী

ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ'ল সাহিত্যিক, সাংস্কৃতিক কৰ্মী ৰমেন দাসৰ "একেটি বাক্যত গুৰু প্ৰণতি" শীৰ্ষক গ্ৰন্থ ৷ সাহিত্যিক গৰাকীয়ে 29,619 টা শব্দৰে এটা বাক্যত লিখি উলিয়াইছে গ্ৰন্থখন ৷

Assamese Book Registred by India's Book Of record
ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ'ল 'একেটি বাক্যত গুৰু প্ৰণতি' নামৰ শীৰ্ষক গ্ৰন্থ
author img

By

Published : Aug 28, 2020, 10:29 PM IST

গুৱাহাটী, 28 আগষ্ট : ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ'ল সাহিত্যিক, সাংস্কৃতিক কৰ্মী ৰমেন দাসৰ "একেটি বাক্যত গুৰু প্ৰণতি" শীৰ্ষক গ্ৰন্থখন ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত সাহিত্যিক, সাংস্কৃতিক কৰ্মী ৰমেন দাসে 29,619 টা শব্দৰে এটা বাক্যত লিখি উলিয়াইছে গ্ৰন্থখন ৷

Assamese Book Registred by India's Book Of record
ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত 'একেটি বাক্যত গুৰু প্ৰণতি' শীৰ্ষক গ্ৰন্থখন

ইণ্ডিয়া বুক ৰেকৰ্ডৰ ফালৰ পৰা শুকুৰবাৰে সাহিত্যিক গৰাকীলৈ প্ৰেৰণ কৰা হয় প্ৰমাণ পত্ৰকে ধৰি উপহাৰৰ টোপোলা । অসমৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, লেখক আদিৰ উপস্থিতিত বিগত বৰ্ষৰ 8 অক্টোবৰত গুৰু জয়ন্তীৰ দিনা দিছপুৰ লাষ্টগেটৰ নামঘৰ প্ৰাংগনত ৰমেন দাসৰ এই গ্ৰন্থখন উন্মোচন কৰা হৈছিল ।

লগতে পঢ়ক : পাঠশালাত জিলা পৰিৱহন বিষয়া হিমাংশু দাসৰ KMCৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.