ETV Bharat / state

মহানগৰীৰ কামাখ্যা গেটত ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা - ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা

কামাখ্যা গেটত চিপ লৈ থকা অৱস্থাত এগৰাকী ছাত্ৰী ৷ পৰিয়ালৰ লোকৰ সন্দেহ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ঘৰৰ মালিকৰ ।

মহানগৰীৰ কামাখ্যা গেটত ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা
author img

By

Published : Mar 31, 2019, 9:15 PM IST

গুৱাহাটী, 31 মাৰ্চঃ মহানগৰীৰ কামাখ্যা গেটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী ছাত্ৰী ৷ পৰিয়ালৰ লোকে সন্দেহ কৰা মতে ভাড়া ঘৰৰ মালিকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে ছাত্ৰী গৰাকীক ।

পৰিয়ালৰ লোকৰ ভাষ্য অনুষৰি বকুল দাসে বহুদিনৰ পৰায়ে পৰিয়ালটোৰ ওপৰত চলাই আছিল মানসিক নিৰ্যাতন। ছাত্ৰীগৰাকীৰ গাত স্পষ্ট হৈ আছে আঘাতৰ চিন। যাৰ বাবে সকলোৰে সন্দেহ এয়া এক হত্যাকাণ্ড।

মহানগৰীৰ কামাখ্যা গেটত ছাত্ৰীৰ চাঞ্চল্যকৰ আত্মহত্যা

ঘটনাস্থলীত ইতিমধ্যে জালুকবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ। পৰিয়ালৰ লোকৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা ।

Slug: A_GHY_31MAR_801_ATTEMPT TO MURDER_HIRUL HAQUE

মহানগৰীৰ কামাখ্যা গেটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ঋতু সিং নামৰ নামৰ এগৰাকী ছাত্ৰী। পৰিয়ালৰ লোক সন্দেহ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে ঘৰৰ মালিকে। মালিক বকুল দাসে পৰিয়ালটোৰ ওপৰত বহুদিনৰ পৰায়ে চলাই আছিল মানসিক নিৰ্যাতন। ছাত্ৰীগৰাকীৰ গাত স্পষ্ট হৈ আছে আঘাতৰ চিন। যাৰ বাবে সকলোৰে সন্দেহ এয়া এক হত্যাকাণ্ড। ইফালে বৰ্তমান জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে কে আৰ বি মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। পৰিয়ালৰ লোকৰ ভাষ্য ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.