ETV Bharat / state

ৰেডিচন ব্লুৰ সমীপত পথ দুৰ্ঘটনা - গুৱাহাটী

জালুকবাৰী যানবাহন আৰক্ষীক খবৰ দিয়া হয় যদিও আৰক্ষী পলমকৈ উপস্থিত হয় ঘটনাস্থলীত। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোত যানবাহন আৰক্ষী নথকা বাবে প্ৰতিদিনে এই স্থানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

হোটেল ৰেডিচন ব্লু'ৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাc
author img

By

Published : Apr 28, 2019, 1:00 PM IST


গুৱাহাটী, 28 এপ্ৰিলঃ শনিবাৰে নিশা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুৰ সমীপত সংঘটিত হয় পথ দুৰ্ঘটনা। পথ অতিক্ৰম কৰাৰ সময়তে এখন ইনোভাত খুন্দা মাৰে AS 012 5522 নম্বৰৰ এখন বাইকে।

আৰু পঢ়ক মাকুমত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1

ইফালে এই দুৰ্ঘটনাত বাইক আৰোহী বুলবুল হুছেইন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাইকখন ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ পিচতেই উক্ত স্থান ত্যাগ কৰি পলায়ন কৰে ইনোভাখনে৷

হোটেল ৰেডিচন ব্লু'ৰ সমীপত সংঘটিত পথ দুৰ্ঘটনা

জালুকবাৰী যানবাহন আৰক্ষীক খবৰ দিয়া হয় যদিও আৰক্ষী পলমকৈ উপস্থিত হয় ঘটনাস্থলীত। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোত যানবাহন আৰক্ষী নথকা বাবে প্ৰতিদিনে এই স্থানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।


গুৱাহাটী, 28 এপ্ৰিলঃ শনিবাৰে নিশা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুৰ সমীপত সংঘটিত হয় পথ দুৰ্ঘটনা। পথ অতিক্ৰম কৰাৰ সময়তে এখন ইনোভাত খুন্দা মাৰে AS 012 5522 নম্বৰৰ এখন বাইকে।

আৰু পঢ়ক মাকুমত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1

ইফালে এই দুৰ্ঘটনাত বাইক আৰোহী বুলবুল হুছেইন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাইকখন ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ পিচতেই উক্ত স্থান ত্যাগ কৰি পলায়ন কৰে ইনোভাখনে৷

হোটেল ৰেডিচন ব্লু'ৰ সমীপত সংঘটিত পথ দুৰ্ঘটনা

জালুকবাৰী যানবাহন আৰক্ষীক খবৰ দিয়া হয় যদিও আৰক্ষী পলমকৈ উপস্থিত হয় ঘটনাস্থলীত। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোত যানবাহন আৰক্ষী নথকা বাবে প্ৰতিদিনে এই স্থানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

Intro:নিশা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ৰ সমীপত সংঘটিত হয় পথ দুৰ্ঘটনা। পথ অতিক্ৰম কৰাৰ সময়তে এখন এনোভাত খুন্দা মাৰে AS 012 5522 নম্বৰৰ এখন বাইকে। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত পৰা পলায়ন কৰে ইনোভাখন।Body:ইফালে এই দুৰ্ঘটনাত বাইক আৰোহী বুলবুল হুছেইন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাইকখন ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ পিছতেই জালুকবাৰী যানবাহন আৰক্ষীক খবৰ দিয়া হয় যদিও পলমকৈ উপস্থিত হয় ঘটনাস্থলীত। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোত যানবাহন আৰক্ষী নথকা বাবে প্ৰতিদিনে এই স্থানত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।Conclusion:Hirul haque....Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.