ETV Bharat / state

আৰ এন বি ইভেন্টকম আৰু ষ্টাৰ ব্লেজজা প্ৰডাকচনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব' - ষ্টাৰ ব্লেজজা

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ১০গৰাকী প্ৰতিযোগীক মূল প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব । ইফালে অহা জুন মাহত গোৱাত অনুষ্ঠিত হ'ব চূড়ান্ত প্ৰতিযোগিতা ।

আৰ এন বি ইভেন্টকম আৰু ষ্টাৰ ব্লেজজা প্ৰডাকচনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব'
author img

By

Published : May 19, 2019, 11:07 PM IST

গুৱাহাটী, ১৯ মেঃ আৰ এন বি ইভেন্টকম আৰু ষ্টাৰ ব্লেজজা প্ৰডাকচনৰ উদ্যোগত আয়োজন কৰা হৈছে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'।

আৰ এন বি ইভেন্টকম আৰু ষ্টাৰ ব্লেজজা প্ৰডাকচনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব'

শনিবাৰে মহানগৰীৰ ভঙাগড়স্থিত হোটেল প্লাজাত অনুষ্ঠিত হয় মিছ, মিছেছ আৰু মিষ্টাৰ এছিয়া ২০১৯ৰ অডিশ্বন । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত । যুৱক যুৱতীসকলক মডেলিং ক্ষেত্ৰখনত এক মঞ্চ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে এই ফেশ্বন শ্ব'ৰ । উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ১০গৰাকী প্ৰতিযোগীক মূল প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব । ইফালে অহা জুন মাহত গোৱাত অনুষ্ঠিত হ'ব চূড়ান্ত প্ৰতিযোগিতা । চূড়ান্ত প্ৰতিযোগিতাত বিজয়ীসকলৰ বাবে থাকিব বিশেষ পুৰস্কাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা । উল্লেখযোগ্য যে, দেশৰ প্ৰতিখন ৰাজ্যতে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাৰ অডিশ্বন ।

লগতে আন এটি বাতৰি- বৰঝাৰ বিমান বন্দৰত শিৱ থাপা

আৰ এন বি ইভেন্টকম আৰু ষ্টাৰ ব্লেজজা প্ৰডাকচনৰ উদ্যোগত আয়োজন কৰা হৈছে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'। শণিবাৰে মহানগৰীৰ ভঙাগড়স্থিত হোটেল প্লাজাত অনুষ্ঠিত হয় মিছ, মিছেছ আৰু মিষ্টাৰ এছিয়া ২০১৯ৰ অডিশ্বন। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। যুৱক যুৱতীসকলক মডেলিং ক্ষেত্ৰখনত এক মঞ্চ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে এই ফেশ্বন শ্ব'ৰ। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ১০গৰাকী প্ৰতিযোগীক মূল প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব। ইফালে অহা জুন মাহত গোৱাত অনুষ্ঠিত হ'ব চূড়ান্ত প্ৰতিযোগিতা। চূড়ান্ত প্ৰতিযোগিতাত বিজয়ীসকলৰ বাবে থাকিব বিশেষ পুৰস্কাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা। উল্লেখযোগ্য দেশৰ প্ৰতিখন ৰাজ্যতে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাৰ অডিশ্বন। 

Visual- camera LiveU 
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.