ETV Bharat / state

২ আৰু ৩ মে'ত অসমত ড্ৰাই ডে ঘোষণা

author img

By

Published : Apr 29, 2021, 10:14 PM IST

Updated : Apr 30, 2021, 7:42 AM IST

অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ লগত সংগতি ৰাখি অসম চৰকাৰে ২ আৰু ৩ মে'ত ড্ৰাই ডে ঘোষণা কৰিছে । দিছপুৰৰ পৰা এই নিৰ্দেশনা প্ৰতি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু আবকাৰী অধীক্ষকলৈ প্ৰেৰণ কৰা হৈছে ।

DRY DAY NOTICE FOR ASSAM
অহা ২ আৰু ৩ মে'ত ড্ৰাই ডে ঘোষণা

গুৱাহাটী, ২৯ এপ্ৰিল: ২ মে'ত অনুষ্ঠিত হ'ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা । প্ৰায় এমাহজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত থকা ই ভি এমসমূহ খোলা হ'ব ২ মে'ত । সেইদিনাই নিৰ্ণয় হ'ব বহু ৰথী-মহাৰথীৰ ৰাজনৈতিক ভাগ্য ।

DRY DAY NOTICE FOR ASSAM
অহা ২ আৰু ৩ মে'ত ড্ৰাই ডে ঘোষণা

স্বাভাৱিকতে এই ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ২ মে' আৰু ৩ মে' এই দুয়োটা দিনেই ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে । ইতিমধ্যে দিছপুৰৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰতিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু আবকাৰী অধীক্ষকসকললৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে যি সমূহ জিলাত ভোটগণনা ৩ মে' ৰ দিনৰ ১১ বজাৰ পূৰ্বেই সম্পূৰ্ণ হ'ব সেই জিলাসমূহত ৩ মে'ৰ ড্ৰাই ডেৰ নিৰ্দেশ প্ৰযোজ্য নহ'ব ।

লগতে পঢ়ক:ডিব্ৰুগড় আৰক্ষী চাউনিত আলফা নেতা জীৱন মৰাণ

Last Updated : Apr 30, 2021, 7:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.