ETV Bharat / state

জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ

author img

By

Published : Mar 21, 2020, 7:43 PM IST

22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ ৷ শনিবাৰে এই কথা ঘোষণা কৰে অসম চেম্বাৰ্ছ অব কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে ৷

Assam chambers of Commerce supports Janata Curfew
জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ

কামৰূপ মেট্ৰ’,21 মাৰ্চঃ 22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউলৈ সমৰ্থন অসম চেম্বাৰ্ছ অব কমাৰ্চৰ ৷ শনিবাৰে এই কথা ঘোষণা কৰে অসম চেম্বাৰ্ছ অব কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে ৷ দেওবাৰে সকলো বাছ, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে সোমবাৰেও অসমত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ আহ্বান অসম চেম্বাৰ অফ কমাৰ্চৰ ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-

লগতে পঢ়ক-দিছপুৰত কৰ'ণা আতংকঃ সামাজিক দুৰত্ব বজাই চলিছে মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.