ETV Bharat / state

দেশত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰয়োজনীয়তা আছেঃ ৰঞ্জিত দাস - অসমৰ ৰাইজৰ এতিয়া কোনোধৰণৰ বিৰোধ নাই

বুধবাৰে মহানগৰীত আয়োজিত হোৱা গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তীৰ দিনটোতে বিজেপি সভাপতিগৰাকীয়ে দেশত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰয়োজনীতা আছে বুলি উল্লেখ কৰে ৷

ৰঞ্জিত দাস
author img

By

Published : Oct 2, 2019, 7:53 PM IST

গুৱাহাটী, 2 অক্টোবৰঃ সমগ্ৰ দেশতে আজি উদযাপন কৰা হয় মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী ৷ বুধবাৰে মহানগৰীত আয়োজিত হোৱা গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷

মহানগৰীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা গান্ধী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ মহাবিদ্যালয়ত অনুষ্ঠিত গান্ধী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰে ৰঞ্জিত দাসে ৷

CAB সন্দৰ্ভত ৰঞ্জিত দাসৰ মন্তব্য

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, "অসম বুলি নহয়, ভাৰতবৰ্ষৰ কাৰনে CAB আনিবই লাগিব ৷ ভাৰতীয় জনতা পাৰ্টীৰ এইটো পূৰ্বৰ স্থিতি ৷ আমি যিহেতু Committed, Politically Committed, Ideologically Committed পাৰ্টী, গতিকে CAB অনাটো নিশ্চিত আৰু এইটো বিষয় লৈ কোনোধৰণৰ বিৰোধ নাই ৷ অসমৰ ৰাইজৰ এতিয়া কোনোধৰণৰ বিৰোধ নাই ৷ CABৰ প্ৰাসংগিকতা যে আছে এতিয়া মানুহে বুজি উঠিছে ৷ আগতে এই কথাষাৰ মানুহে বুজিব পৰা নাছিল ৷ NRC প্ৰস্তুত হৈ থাকোতেই বহু মানুহে ভাবিছিল যে, CABৰ প্ৰয়োজন নহ'ব ৷ কিন্তু NRCৰ যি ঘটনা ঘটিলে সেই NRCখন দেখাৰ পিচত সকলোৱে একেমুখে স্বীকাৰ কৰিছে, হয়টো কোনোবাই মুকলিকৈ নকয়, কিন্তু অন্তৰেৰে কয়, অন্তৰাত্মাই কয় , যে নহয় CABৰ প্ৰাসংগিকতা ভাৰতবৰ্ষত আছে ৷"

Intro:বুধবাৰে গান্ধী জয়ন্তীৰ এক অনুষ্ঠানত অংশগ্ৰহণ অন্তত CAB সম্পৰ্কে সভাপতি ৰঞ্জিত দাসৰ মন্তব্য । নাগৰিকত্ব সংশোধনী বিধায়ক গৃহীত হবয়ে ।

Body:অসমত CAB ৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰতিবাদ নাই । অমৰ ৰাইজে বৰ্তমান CAB ৰ প্ৰয়োজনীয়তা বুজি উঠিছে ।

Conclusion:NRC ত কি হল ৰাইজে দেখিলে । সেয়ে CAB আনটো অতিকৈ প্ৰয়োজন ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.