ETV Bharat / state

এজাক বৰষুণতে ম্লান মহানগৰীৰ আভিজাত্য - etv bharat assam

মহানগৰীৰ মালিগাঁও,ভৰলুমুখ,অনিল নগৰ,নবীন নগৰ,জুৰোড আদি অঞ্চল বুৰ গৈছে বানত। তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ

এজাক বৰষুণত ম্লান মহানগৰীৰ আভিজাত্য
author img

By

Published : Aug 16, 2019, 1:37 PM IST

গুৱাহাটী, 16 আগষ্টঃ শুকুৰবাৰে পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মহানগৰীৰ মালিগাঁও,ভৰলুমুখ,অনিল নগৰ,নবীন নগৰ,জুৰোড আদি অঞ্চল বুৰ গৈছে বানত। তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ ।

এজাক বৰষুণত ম্লান মহানগৰীৰ আভিজাত্য

আনহাতে,চৰকাৰে গুৱাহাটীৰ বান প্ৰতিৰোধৰ নামত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় বাসিন্দাই। যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে সাধাৰণ ৰাইজ।

Intro:পুণৰ মহানগৰীত কৃত্ৰিম বান। পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মহানগৰীৰ মালিগাঁও, ভৰলুমুখ, অনিল নগৰ, নবীন নগৰ, জুৰোড আদি অঞ্চল পানী বুৰ গৈছে। তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ। এনেদৰেই এজাক মুষলধাৰ বৰষুণত ডুব যায় অভিজাত গুৱাহাটী মহানগৰী। কিন্তু গুৱাহাটীৰ বান প্ৰতিৰোধৰ নামত কোনো ব্যৱস্থায়ে গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ। যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে সাধাৰণ ৰাইজ। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.