ETV Bharat / state

আজি ৰাজ্যত দুখনকৈ ৰাজহুৱা সভাত অংশ ল’ব অমিত শ্বাহে - অসম বিধানসভা নিৰ্বাচন 2021

আজি ৰাজ্যত দুখনকৈ ৰাজহুৱা সভাত অংশ ল’ব অমিত শ্বাহে ৷ মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা আৰু নাজিৰাত ময়ুৰ বুঢ়াগোহাঁইৰ হৈ প্ৰচাৰ চলাব গৃহমন্ত্ৰীয়ে ৷

Amit shah will address public conference at Nazira and Margherita
আজি ৰাজ্যত দুখনকৈ ৰাজহুৱা সভাত অংশ ল’ব অমিত শ্বাহে
author img

By

Published : Mar 14, 2021, 10:37 AM IST

নিউজ ডেস্ক, 14 মাৰ্চ: 2021ৰ বিধানসভা নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে ৰাজ্যলৈ সোঁত বৈছে বিজেপিৰ কেইবাগৰাকীয়ো ষ্টাৰ কেম্পেইনাৰৰ ৷ ইয়াৰ মাজতে দেওবাৰে ৰাজ্যত আগমণ ঘটিব দুই প্ৰভাৱশালী কেন্দ্ৰীয় নেতাৰ ৷ আজি দুখনকৈ ৰাজহুৱা সভাত অংশ লোৱাৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷

মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা আৰু নাজিৰাত ময়ুৰ বুঢ়াগোহাঁইৰ হৈ প্ৰচাৰ চলাব গৃহমন্ত্ৰীয়ে ৷ দিনৰ ১২.৩০ বজাত মাৰ্ঘেৰিটাত সভা সম্বোধন কৰি বিয়লি ২ বজাত নাজিৰালৈ ৰাওনা হ’ব শ্বাহ ৷

আনহাতে, আজিৰ দিনটোতে বিশ্বনাথ, গহপুৰ আৰু দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

লগতে পঢ়ক-আজি বিশ্বনাথ, গহপুৰ আৰু দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.