ETV Bharat / state

কৰ'ণাত আক্ৰান্ত গোলাঘাটৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী অজন্তা নেওগ - গোলাঘাট সমষ্টি

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ল গোলাঘাট সমষ্টিৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ ৷ জানিব পৰা মতে, শনিবাৰে কৰা কৰ'ণা ভাইৰাছৰ পৰীক্ষণত এই তথ্য পোহৰলৈ আহে ৷ বৰ্তমান গোলাঘাটতে হোম আইচ'লেশ্যনত ৰখা হৈছে বিজেপি প্ৰাৰ্থী অজন্তা নেওগক ৷

ajanta-neog-has-been-found-corona-positive
কৰ'ণাত আক্ৰান্ত গোলাঘাটৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী অজন্তা নেওগ
author img

By

Published : Mar 21, 2021, 9:50 AM IST

নিউজ ডেস্ক,21মাৰ্চ: নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ল গোলাঘাট সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ ৷ জানিব পৰা মতে, শনিবাৰে কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিছিল অজন্তা নেওগে ৷ দেওবাৰে পৰীক্ষাৰ ৰিপোৰ্টত ধৰা পৰে কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা ৷ বৰ্তমান গোলাঘাটতে হোম আইচ'লেশ্যনত ৰখা হৈছে বিজেপি প্ৰাৰ্থী অজন্তা নেওগক ৷

উল্লেখ্য যে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাৰ পূৰ্বে সভাত অংশগ্ৰহণ কৰিবলগা লোকসকলৰ ক'ভিড-19 পৰীক্ষা কৰোৱা হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত অজন্তা নেওগৰ ক'ভিড ৰিজাল্ট প'জিটিভ আহে ৷ আনহাতে, বিজেপি প্ৰাৰ্থীগৰাকীৰ ক'ভিড19ৰ খবৰে বাৰুকৈয়ে এতিয়া চিন্তিত কৰি তুলিছে গোলাঘাট বিজেপিৰ কৰ্মীসকলক ৷

লগতে পঢ়কঃ দলীয় কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.