ETV Bharat / state

বিজেপিত যোগদান অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োৰ

author img

By

Published : Aug 21, 2019, 2:21 PM IST

বুধবাৰে বিজেপিত যোগ দিলে অগপৰ বিধায়িকা ৰেখাৰাণী দাস বড়োৱে।  হেঙেৰাবাৰীত বিজেপিৰ কাৰ্যালয়ত যোগ দিলে প্ৰাক্তন বিধায়িকাগৰাকীয়ে।

বিজেপিত  যোগদান  অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োৰ

গুৱাহাটী, 21 আগষ্টঃ বিজেপিত যোগদান অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োৰ ৷ কংগ্ৰেছৰ সমান্তৰালকৈ অগপতো খহনীয়া। বুধবাৰে বিজেপিত যোগ দিলে অগপৰ বিধায়িকা ৰেখাৰাণী দাস বড়োৱে। হেঙেৰাবাৰীৰ বিজেপিৰ কাৰ্যালয়ত যোগ দিলে প্ৰাক্তন বিধায়িকাগৰাকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিত যোগদান কৰে প্ৰাক্তন অগপ বিধায়িকা ৰেখাৰাণী দাস বড়োৱে।

Intro:বিজেপিত যোগদান অগপৰ প্ৰাক্তন বিধায়িকা, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাসবড়োৰ

ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত যোগদান ৰেখাৰাণী দাসবড়োৰ

Body:1694051 লোকে নতুনকৈ বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে

নতুনকৈ সদস্যভুক্ত হোৱা সকলে পৰৱৰ্তী সাংগঠনিক নিৰ্বাচনত ভাগ লব নোৱাৰিব

* কাইলৈৰ পৰা ৰাজনৈতিক ব্যক্তিক বিজেপিত যোগদান নকৰাই বিজেপিয়ে

সমাজৰ অন্যান্য ক্ষেত্ৰৰ ব্যক্তিকহে বিজেপিত যোগ দিয়াব

Conclusion:তৃণমূলৰ বিজেপি কৰ্মীৰ ইচ্ছা অনুসৰি এই সিধান্ত ৰাজ্যিক বিজেপিত

জিলা, মণ্ডল পৰ্যায়তো ৰাজনৈতিক ব্যক্তিৰ বিজেপিত যোগদানত বাৰণ কৰিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.