ETV Bharat / state

মহানগৰীত পুনৰ ধন লুটৰ ঘটনা

author img

By

Published : Oct 20, 2019, 6:21 AM IST

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । এ.এচ.01এ.জেড5311 নম্বৰৰ অল্ট' গাড়ী এখনৰ দৰ্জা খুলি দুৰ্বৃত্তই লুটি নিয়ে ৭ লাখ টকা ।

মহানগৰীত পুনৰ ধন লুটৰ ঘটনা

গুৱাহাটী, 19 অক্টোবৰঃ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । পুনৰ গুৱাহাটীত সংঘটিত হ'ল ধন লুটৰ ঘটনা । ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । এ.এচ.01এ.জেড5311 নম্বৰৰ অল্ট' গাড়ী এখনৰ দৰ্জা খুলি দুৰ্বৃত্তই লুটি নিয়ে ৭ লাখ টকা । ৰিতু বাগৰীয়া আৰু অমিত আগৰৱালা নামৰ এগৰাকী মহিলা আৰু লোক এগৰাকীয়ে গড়চুকৰ SBI বেংকৰ পৰা উক্ত ধনখিনি উলিয়াই জু-ৰোড অভিমূখে গৈ থাকোতে আদবাততে পাংচাৰ হৈছিল গাড়ীখনৰ চকা । গাড়ীখন ঠিক কৰি থকা সময়ছোৱাতে অতি কৌশলৰে দুৰ্বৃত্তই লুটি নিয়ে ধনখিনি । ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ দুয়োগৰাকীৰ ভাষ্যৰ ভিত্তিত দুৰ্বৃত্তৰ সন্ধান আৰম্ভ কৰে ৷

Intro:অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। পুনৰ গুৱাহাটীত সংঘটিত হ'ল ধন লুটৰ ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। As01Az5311 নম্বৰৰ এখন এল্টো বাহনৰ দৰ্জা খুলি দুৰ্বৃত্তই লুটি নিয়ে ৭ লাখ টকা। ৰিতু বাগৰীয়া নামৰ এগৰাকী মহিলাই গড়চুকৰ SBI বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি। টকাখিনিলৈ জুৰোডলৈ গৈ আছিল মহিলাগৰাকী। তেনেতে আদবাটতে চকা পামচাৰ হয় মহিলাগৰাকীৰ বাহন। পামচাৰ ঠিক কৰি থকা সময়ছোৱাতে অতি কৌশলৰে দুৰ্বৃত্তই লুটি নিয়ে ধনখিনি। বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে বশিষ্ঠ আৰক্ষী। আৰক্ষীয়ে মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত দুৰ্বৃত্তৰ সন্ধানত নামি পৰিছে। ইফালে বেংকৰ পৰায়ে কোনো দুৰ্বৃত্তই তেওঁলোকক অনুসৰণ কৰি আছিল বুলি সন্দেহ মহিলাগৰাকীৰ। Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.