ETV Bharat / state

মহানগৰীত সাংবাদিকৰ আত্মহত্যা - সাংবাদিক মধুসূদন গোস্বামীয়ে

মহানগৰীৰ পাণ্ডু জয়মতী নগৰত সাংবাদিকৰ আত্মহত্যাৰ ঘটনা ৷ নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে সাংবাদিক মধুসূদন গোস্বামীয়ে

মহানগৰীত সাংবাদিকৰ আত্মহত্যা
author img

By

Published : Jul 28, 2019, 9:51 PM IST

গুৱাহাটী,28 জুলাই : মহানগৰীৰ পাণ্ডু জয়মতী নগৰত সাংবাদিকৰ আত্মহত্যাৰ ঘটনা ৷ নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে সাংবাদিক মধুসূদন গোস্বামীয়ে । সাংবাদিক গৰাকীক দেওবাৰে প্ৰায় ৬ বজাত চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । কিছুদিনৰ পৰা মানসিকভাৱে ভাগি পৰিছিল সাংবাদিক গৰাকী । যাৰ পৰিণতিত গোস্বামীয়ে আত্মহননৰ দৰে চৰম পন্থা অৱলম্বন কৰাৰ সন্দেহ কৰা হৈছে ৷ বিগত প্ৰায় ৫ বছৰ ধৰি সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল সাংবাদিক মধুসূদন গোস্বামী ৷

মহানগৰীত সাংবাদিকৰ আত্মহত্যা
সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷

Intro:মহানগৰীৰ পাণ্ডু জয়মতী নগৰত সাংবাদিকৰ আত্মহত্যাৰ ঘটনা। নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে সাংবাদিক মধুসূদন গোস্বামীয়ে। দেওবাৰে প্ৰায় ৬বজাত চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। যোৱা কিছুদিনৰ পৰা মানসিকভাৱে ভাগি আছিল গোস্বামী। যাৰ পৰিণতিত গোস্বামীয়ে আত্মহননৰ দৰে চৰম পন্থা অৱলম্বন কৰাৰ সন্দেহ কৰা হৈছে। ইফালে বিগত প্ৰায় ৫বছৰ ধৰি সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ আছিল গোস্বামী। বৰ্তমান এটা ৱেব পৰ্টেলত কৰ্মৰত হৈ আছিল মধুসূধন গোস্বামী। সাংবাদিকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত। সম্প্ৰতি জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.