মৰিগাঁও, ৩ মাৰ্চ : সাংবাদিকসকল এখন সমাজৰ বিবেকস্বৰূপ । সাংবাদজগতৰ সকলো প্ৰত্যাহবান মুখামুখি হ'বলৈ সকলো সাংবাদিক সাজু হৈ থকা উচিত দেওবাৰে জাগিৰোডত জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে । জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিৱেশনত সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা দিশৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ্ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন - জাগীৰোড মহাবিদ্যালয়
সাংবাদিকসকল এখন সমাজৰ বিবেকস্বৰূপ : হৃষিকেশ গোস্বামী

জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ্ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন
মৰিগাঁও, ৩ মাৰ্চ : সাংবাদিকসকল এখন সমাজৰ বিবেকস্বৰূপ । সাংবাদজগতৰ সকলো প্ৰত্যাহবান মুখামুখি হ'বলৈ সকলো সাংবাদিক সাজু হৈ থকা উচিত দেওবাৰে জাগিৰোডত জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে । জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিৱেশনত সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা দিশৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ্ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন
জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ্ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন
Intro: "সাংবাদিক সকল এখন সমাজৰ বিবেক স্বৰূপ। সাংবাদজগতৰ সকলো প্ৰত্যাহবান মুখামুখি হবলৈ সকলো সাংবাদিক সাজু হৈ থকা উচিত-"এই মন্তব্য মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ।ৰাজ্যৰ আগশাৰী সাংবাদিক সংগঠন জাৰ্ণেলিষ্ট এচচিয়েশ্যন অফ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিবেশনত মুখ্য অতিথি ৰূপে অংশলৈ এই মন্তব্য কৰে জাগীৰোডত।
Body: জাৰ্ণেলিষ্ট এচচিয়েশ্যন অফ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিবেশনৰ সামৰণি।জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া কৈ অনুষ্ঠিত এই কেন্দ্ৰীয় অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভা।উক্ত কাৰ্যনিৰ্বাহ সভাতে ৰাজ্য খনৰ সমস্যা বহুল সাংবাদিক সকলৰ বিভিন্ন সমস্যাৰ লগতে সাংবাদিক সকলৰ সুৰক্ষা আৰু নিৰাপৰ্ত্তা দিশটোৰ ওপৰত বিশদ ভাৱে আলোচনা আগবঢ়াই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাংগণত নিশাভাগত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাতে আগন্তুক নিতি বছৰৰ বাবে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আৰু মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকনক ক্ৰমে সভাপতি, সম্পাদক ৰূপে নাৰ্বাচিত কৰি এখন শক্তিশালী সমিতি গঠন কৰে। সভাপতি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ লগতে ৰাজ্য আৰু ৰাষ্ট্ৰীয় পয্যায়ৰ কেইবাজনো বিশিষ্ট সাংবাদিক উপস্থিত থাকি সাংবাদিক সকলৰ সমস্যাৰ ওপৰত বস্তু নিষ্ঠ আলোচনা আগবঢ়াই। উল্লেখযোগ্য যে আদৰণি ভাষণত নৱনিৰ্বাচিত সম্পাদক ডালিম ফুকনে সাংবাদিক সকলক যুগসাপেক্ষ হবলৈ আহবান জনায়।
ইফালে মুখ্য অতিথি ৰূপে অসমৰ মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী য়ে বক্তব্য ৰাখি সাংবাদিক সকল সমাজৰ বিবেক বুলি অভিহিত কৰি সততাৰে বাতৰি পৰিবেশনৰ বাবে আটাইকে আহবান জনাই।একেটা ভাষণতে শেহতীয়াকৈ ৰাজ্য চৰকাৰে সাংবাদিক সকলৰ কল্যাণৰ বাবে সোণোৱাল চৰকাৰে আগবঢ়োৱা আচনি সমূৰ বিষয়ে উল্লেখ কৰি সাংবাদিকতা জগতত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰে মুখামুখি হবলৈ প্ৰস্তুত থাকিব লাগে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।byte+shot.
byte_orgaraniser control.secty.
Conclusion:ratul deka..etvbharat.morigaon