ETV Bharat / state

বজ্ৰ পৰি যোৰহাটত এজন নিহত

author img

By

Published : Oct 21, 2019, 5:26 PM IST

তিমধ্যে দেৱজিতৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। অকালতে মৃত্যাক সাৱটি লোৱা যুৱক জনৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

যোৰহাটতত প্ৰকৃতিৰ তাণ্ডৱ

যোৰহাট, 21 অক্টোবৰঃ যোৰহাটত বজ্রপাতত পৰি এজন নিহত ৷ আজি যোৰহাটত অহা প্ৰলয়ংকাৰী ধুমুহাৰ সময়তে ব্ৰজপাত পৰি এজন যুৱকে কৰুণ মৃত্যুক সাৱতি ল'ব লগা হয়। যুৱকজন হৈছে যোৰহাট গড়মুৰ দুলীয়াগাঁৱৰ দেৱজিত দাস। ধুমুহা বৰষুণৰ সময়তে দেৱজিতে পথাৰত গৰু এৰাল দিবলৈ গৈছিল। বহু সময়ৰ পিচতো দেৱজিত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে দেৱজিতক বিচাৰি যায় আৰু পথাৰত দেৱজিতৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

যোৰহাটতত প্ৰকৃতিৰ তাণ্ডৱ

ইতিমধ্যে 26বছৰীয়া দেৱজিতৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। অকালতে মৃত্যাক সাৱটি লোৱা যুৱক জনৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

Intro:যোৰহাটত বজ্রপাতত পৰি এজন নিহত*
Body:

OCVO: আজি যোৰহাটত অহা প্ৰলয়ংকাৰী ধুমুহাৰ সময়তে ব্ৰজপাত পৰি এজন যুৱকে কৰুণ মৃত্যুক সাৱতি লব লগা হয়। যুৱকজন হৈছে যোৰহাট গড়মুৰ দুলীয়াগাঁৱৰ দেৱজিত দাস। ধুমুহা বৰষুণৰ সময়তে দেৱজিতে পথাৰত গৰু এৰাল দিবলৈ গৈছিল। বহু সময়ৰ পিচতো দেৱজিত ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ লোকে দেৱজীতক বিচাৰি যায় আৰু পথাৰত দেৱজিতৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ইতিমধ্যে দেৱজিতৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।Conclusion:অকালতে মৃত্যাক সাবতি লোৱা যূৱক জনৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ চা পৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.