ETV Bharat / state

জ্ঞান পাণ্ডাৰে লাভ কৰক বিভিন্ন বিষয়ৰ পাঠদান - education mobile application

তিতাবৰৰ বৰহোলাৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টা । লক ডাউনৰ সময়ছোৱত উদ্ভাৱন কৰিছে এটা ম'বাইল এপ্লিকেচন । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে বহি লাভ কৰিব বিভিন্ন বিষয়ৰ পাঠদান ।

তিতাবৰ
জ্ঞান পাণ্ডাৰে লাভ কৰক বিভিন্ন বিষয়ৰ পাঠদান
author img

By

Published : Mar 30, 2020, 11:58 PM IST

যোৰহাট, ৩০ মাৰ্চঃ লক ডাউনৰ সময় চোৱাত যাতে ছাত্ৰ-ছাত্ৰীৰ জীৱন অন্ধকাৰ নহওঁক তাৰ বাবে তিতাবৰৰ বৰহোলা মহিমাবাৰীৰ কেইজনমান যুৱকে উদ্ভাৱন কৰিছে এটা ম'বাইল এপ্লিকেচন । যাৰ জৰিয়তে আপুনি ঘৰতে বহি লাভ কৰিব বিভিন্ন বিষয়ৰ পাঠদান,অসমীয়া মাধ্যমতে পাব ইংৰাজী, বিজ্ঞান আৰু গণিত বিষয় পাঠদান। জ্ঞান পাণ্ডা নামেৰে উদ্ভাৱন কৰিছে এই ম'বাইল এপ্লিকেচন । সম্পূৰ্ণ 24 ঘণ্টা উপলব্ধ থাকিব এই সেৱা । ভিডিঅ' জৰিয়তে পাব বিভিন্ন বিষয়ৰ পাঠদান । আনহাতে, তিতাবৰ এই যুৱ সকলৰ কাৰ্য্যক প্ৰসংশা কৰিছে সচেতন ব্যক্তিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.