ETV Bharat / state

টীয়ক নৈত সন্ধানহীন এজনঃ উদ্ধাৰ অভিযান অব্যাহত

টীয়ক নৈৰ থকা সাঁকো পাৰ হওতে হঠাৎ পানীত পৰিল এজন 45 বছৰীয়া লোক ৷ টীয়কৰ চাৰি নম্বৰ ৱাৰ্ডৰ বাহবাৰী অঞ্চলৰ লোকজনৰ নাম অজিত গগৈ ৷ লোকজনৰ সন্ধানত মঙলবাৰে পুৱাৰে পৰা এছ ডি আৰ এফ বাহিনীৰ অভিযান আৰম্ভ ৷

author img

By

Published : Oct 29, 2019, 12:01 PM IST

Updated : Oct 29, 2019, 12:45 PM IST

এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান

টীয়ক,29অক্টোবৰঃ দীপাৱলীৰ আনন্দৰ মাজতে যোৰহাট টীয়কত অঘটন ৷ টীয়কৰ চাৰি নম্বৰ ৱাৰ্ডৰ বাহবাৰী অঞ্চলত সোমবাৰে নিশা অজিত গগৈ নামৰ এজন 45 বছৰীয়া লোকে টীয়ক নৈৰ ওপৰত থকা সাঁকো পাৰ হওতে হঠাৎ পানীত পৰে ৷ স্থানীয়লোকে প্ৰত্যক্ষ কৰি লোকজনক উদ্ধাৰৰ বাবে চেষ্টা চলাই যদিও বাঢ়নী পানীৰ বাবে নিশা সফল নহ'ল । উল্লেখ্য যে অজিত গগৈয়ে সন্ধিয়া কামৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনাটো। ইপিনে লোকজনৰ সন্ধানত মঙলবাৰে পুৱাৰে পৰা যোৰহাটস্থিত এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাইছে যদিও বৰ্তমানলৈকে লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

টীয়ক নৈত সন্ধানহীন এজনঃ উদ্ধাৰ অভিযান অব্যাহত

লগতে চাওকঃ কেনেকৈ মৰিল বাগদাদী, সবিশেষ পঢ়ক

Intro:Body:টীয়ক নদীত এজন সন্ধানহীন
TEOK: দীপাৱলীৰ আনন্দৰ মাজতে যোৰহাট জিলাৰ টীয়ক নগৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ বাহবাৰী অঞ্চলত কালি নিশা অজিত গগৈ নামৰ এজন 45 বছৰীয়া ব্যক্তি টীয়ক নদীৰ ওপৰত থকা সাঁকো পাৰ হওঁতে হঠাৎ পানীত পৰি যায় ।স্হানীয় প্ৰত্যক্ষ ব্যক্তিয়ে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ব্যক্তিজনক উদ্ধাৰৰ বাবে চেষ্টা চলাই যদিও বাঢ়নী পানীৰ বাবে ৰাতি সফল নহয় ।জানিব পৰা মতে অজিত গগৈ সন্ধ্যা কামৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনাটো। উল্লেখযোগ্য যে ব্যক্তিজনৰ সন্ধানত পুৱাৰে পৰা যোৰহাটৰ SDRF বাহিনীয়ে অভিযান চলাই আছে যদিও বৰ্তমান লৈকে ব্যক্তি জনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।Conclusion:
Last Updated : Oct 29, 2019, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.