ETV Bharat / state

ডাঃ দেবেন দত্তৰ গৃহত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ - প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

টীয়ক কাণ্ডৰ বুজ ল'বলৈ ডাঃ দেবেন দত্তৰ গৃহত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৷ এন আৰ চিৰ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ গগৈৰ ৷

ডাঃ দেবেন দত্তৰ গৃহত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Sep 6, 2019, 9:17 PM IST

টীয়ক,6ছেপ্টেম্বৰঃ ৰাজ্য কঁপোৱা টীয়ক কাণ্ডৰ বুজ ল'বলৈ ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । আনহাতে এন আৰ চিৰ সম্পৰ্কত মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈলৈ পত্ৰ প্ৰেৰণ সন্দৰ্ভত গগৈয়ে কয়- বহু ভাৰতীয় নাগৰিকো এন আৰ চিৰ পৰা বাদ পৰিছে । লগতে এন আৰ চিত প্ৰাক্তন স্থল সেনা, বায়ু সেনা ১৯৬৬ চনৰ শৰণাৰ্থী লোকো এই তালিকাৰ পৰা বাদ পৰিছে । এইবাবে এখন শুদ্ধ এন আৰ চি পাবৰ বাবে পুনৰ এই প্ৰক্ৰিয়া চলাবৰ বাবে ন্যায়ধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

ডাঃ দেবেন দত্তৰ গৃহত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

আনহাতে এখন শুদ্ধ এন আৰ চি প্ৰস্তুতত কেন্দ্ৰীয় চৰকাৰখন সম্পূৰ্ণ ৰূপত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এন আৰ চিত নাম নথকা সকল বিদেশী নহয় তেন্তে এই লোকসকল কিয় বিদেশী ন্যায়াধীকৰণ আদালতলৈ যাব লাগে বুলিও প্ৰশ্ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Intro:Body:টীয়ক কাণ্ডৰ বুজ ল'বলৈ ডা: দেবেন দত্তৰ গৃহত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী/ NRC সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ
TEOK: ৰাজ্য কপোৱা টীয়ক কাণ্ডৰ বুজ ল'বলৈ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডা: দেবেন দত্তৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।আনহাতে NRC ৰ সম্পৰ্কত মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈলৈ পত্ৰ প্ৰেৰণ সন্দৰ্ভত জনাই যে বহু ভাৰতীয় নাগৰিকো NRC ৰ পৰা বাদ পৰিছে।NRC ত প্ৰাক্তন স্হল সেনা বায়ু সেনা ১৯৬৬ চনৰ শৰণাৰ্থী লোকো এই তালিকাৰ পৰা বাদ পৰিছে।এইবাবে এখন শুদ্ধ NRC পাবৰ বাবে পুনৰ এই প্ৰক্ৰিয়া চলাবৰ বাবে ন্যায়ধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে।এখন শুদ্ধ NRC প্ৰস্তুতত কেন্দ্ৰীয় চৰকাৰখন সম্পূৰ্ণ ৰূপত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছে যে NRC ত নাম নথকা সকল বেদেশী নহয় তেন্তে এই লোকসকল কিয় বিদেশী ন্যায়িধীকৰণ আদালতলে যাব লাগে বুলি প্ৰশ্ন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.