ETV Bharat / state

টীয়কত টাইকোৱানডোৰ ব্লেক বেল্ট প্ৰদান অনুষ্ঠান - টাইকোৱানডো প্ৰশিক্ষণ কেন্দ্ৰ

টীয়ক টাইকোৱানডো প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত টীয়কত টাইকোৱানডোৰ ব্লেক বেল্ট প্ৰাপক সকলক এই সন্মান প্ৰদান কৰাৰ লগত সংগতি ৰাখি এক অনুষ্ঠানৰ আয়োজন কৰা হয়

টীয়কত টাইকোৱানডোৰ ব্লেক বেল্ট প্ৰদান অনুষ্ঠান
author img

By

Published : Jul 9, 2019, 4:52 PM IST

টীয়ক, 9 জুলাইঃ যোৰহাট জিলাৰ টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত হয় টাইকোৱানডোৰ ব্লেক বেল্ট প্ৰদান অনুষ্ঠান৷ টীয়ক টাইকোৱানডো প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত কেন্দ্ৰটোৰ অধীনত ব্লেক বেল্ট প্ৰাপকসকলক এই সন্মান প্ৰদান কৰাৰ লগত সংগতি ৰাখি এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

টীয়কত টাইকোৱানডোৰ ব্লেক বেল্ট প্ৰদান অনুষ্ঠান

উক্ত অনুষ্ঠানত টীয়কৰ সুযোগ্য সন্তান তথা নেডাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত হিচাপে কৰ্মৰত অম্লান বৰা, সমাজ কৰ্মী জ্যোতি প্ৰসাদ বৰা,নিৰঞ্জন ভূঞা,টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি ৰিজু কুমাৰ শইকীয়া, দুলাল হাজৰিকাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰশিক্ষাৰ্থী সকলক ব্লেক বেল্ট প্ৰদান কৰে। এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলে সমৰকলাৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়কঃ ব্লু' টি, চেফৰণ টিৰ পাচত এইবাৰ জলকীয়া টি !

Intro:Body:টীয়কত টাইকণ্ডোৰ ব্লেক বেল্ট প্ৰদান অনুষ্ঠান
TEOK:যোৰহাট জিলাৰ টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি টীয়ক টাইকণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত কেন্দ্ৰটোৰ অধীনত ব্লেক বেল্ট প্ৰাপকসকলক সমৰকলাৰ এই সৰ্বোচ্চ সন্মান প্ৰদান কৰাৰ লগত সংগতি ৰাখি এক অনুষ্ঠান আয়োজন কৰা হয়।উক্ত অনুষ্ঠানত টীয়কৰ সুযোগ্য সন্তান তথা নেডাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত হিচাপে কৰ্মৰত অম্লান বৰা,সমাজ কৰ্মী জ্যোতি প্ৰসাদ বৰা,নিৰঞ্জন ভুঞা,টীয়ক প্ৰছ ক্লাৱৰ সভাপতি ৰিজু কুমাৰ শইকীয়া, দুলাল হাজৰিকাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰশিক্ষাৰ্থী সকলক বেক বেল্ট প্ৰদান কৰে। এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলে সমৰকলাৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.