ETV Bharat / state

গ্ৰাম্য অৰ্থনীতিক তৰান্বিত কৰিবলৈ অম্লান বৰা বিশেষ পৰিকল্পনা - অম্লান বৰা

দীৰ্ঘদিন ধৰি পশুপালন, মৎস্য ব্যৱসায়ৰ সৈতে জড়িত অঞ্চলটোৰ লোকসকলে প্ৰণালীৱদ্ধ ভাৱে অথবা বিজ্ঞানসন্মত ভাৱে এই কাৰ্যত জড়িত নোহোৱাৰ বাবে কষ্ট কৰা অনুযায়ী ফল পাবলৈ সক্ষম হোৱা নাই । সেয়ে এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ অম্লান বৰাৰ ।

গ্ৰাম্য অৰ্থনীতিক তৰাম্বিত কৰিবলৈ বিনিয়োগ আয়ুক্ত অম্লান বৰা বিশেষ পৰিকল্পনা
author img

By

Published : Jun 7, 2019, 9:40 AM IST

যোৰহাট, 7 জুনঃ যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত গ্ৰাম্য অৰ্থনীতিক তৰান্বিত কৰিবৰ বাবে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে অসম সন্তান তথা নেদাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত হিচাপে কৰ্মৰত অম্লান বৰাই ।

গ্ৰাম্য অৰ্থনীতিক তৰাম্বিত কৰিবলৈ বিনিয়োগ আয়ুক্ত অম্লান বৰা বিশেষ পৰিকল্পনা

প্ৰচুৰ সম্ভাৱনাময় দুগ্ধ উৎপাদন, মৎস্য পালন, গাহৰি পালন বিজ্ঞানসন্মত ভাৱে আগবাঢ়িবলৈ আহ্বান জনায় অম্লান বৰাই । প্ৰণালীবদ্ধ পদ্ধতিৰে যিকোনো কামৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰি বুলিও মন্তব্য কৰে । বৰাই জাঁজীমুখৰ কেতবোৰ অঞ্চল পৰিদৰ্শন কৰি স্থানীয় কেইবাগৰাকী ব্যক্তিৰ সৈতে সাক্ষাৎকাৰত বৰাই কয় দীৰ্ঘদিন ধৰি পশুপালন, মৎস্য ব্যৱসায়ৰ সৈতে জড়িত অঞ্চলটোৰ লোকসকলে প্ৰণালীবদ্ধ ভাৱে অথবা বিজ্ঞানসন্মত ভাৱে এই কাৰ্যত জড়িত নোহোৱাৰ বাবে কষ্ট কৰা অনুযায়ী ফল পাবলৈ সক্ষম হোৱা নাই । সেয়ে এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়োজন । ব্ৰহ্মপুত্ৰৰ পাৰৰ জাঁজীমুখৰ নৈসৰ্গিক পৰিৱেশত মুগ্ধ অম্লান বৰাই দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰা প্ৰচুৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে বৰাই । অঞ্চলটোৰ চহকী সমল সমূহ একত্ৰিত কৰি গ্ৰাম্য অৰ্থনীতিক তৰান্বিত কৰিব পৰাকৈ ইক' টুৰিজিমৰো পোষকতা কৰে বৰাই ।

লগতে আন এটি বাতৰি- গ্ৰীষ্মই আনিছে ভিন্নৰঙী আশাৰ বতৰা

Intro:Body:গ্ৰাম্য অৰ্থনীতিক তুৰাম্বিত কৰিব পৰা জাঁজীমুখৰ সম্পদ সমূহক লৈ পৰিকল্পনা যুগুত কৰিছে প্ৰবাসী অসমীয়াৰ
TEOK:যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত প্ৰচুৰ সম্ভাৱনাময় দুগ্ধ উৎপাদন, মৎস্য পালন, গাহৰি পালনৰে গ্ৰাম্য অৰ্থনীতিক তুৰাম্বিত কৰিব পৰা ক্ষেত্ৰ সমূহৰ উন্নয়ন সাধন কৰাৰ বাবে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে অসম সন্তান তথা নেদাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত হিচাপে কৰ্মৰত অম্লান বৰাই ।বৃহস্পতিবাৰে বৰাই এই উদ্দেশ্যে জাঁজীমুখৰ কেতবোৰ অঞ্চল পৰিদৰ্শন কৰি স্হানীয় কেইবাগৰাকী ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰে । এক সাক্ষাৎকাৰত বৰাই কয় দীৰ্ঘদিন ধৰি পশুপালন, মৎস্য ব্যৱসায়ৰ সৈতে জড়িত অঞ্চলটোৰ লোকসকলে প্ৰনালীবদ্ধ ভাৱে অথবা বিজ্ঞানসন্মত ভাৱে এই কাৰ্যত জড়িত নোহোৱাৰ বাবে কষ্ট কৰা অনুযায়ী ফল পাবলৈ সক্ষম হোৱা নাই ।সেয়ে এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়োজন ।ব্ৰহ্মপুত্ৰৰ পাৰৰ জাঁজীমুখৰ নৈসৰ্গিক পৰিৱেশত মুগ্ধ অম্লান বৰাই দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰা প্ৰচুৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে বৰাই ।অঞ্চলটোৰ চহকী সমল সমূহ একত্ৰিত কৰি গ্ৰাম্য অৰ্থনীতিক তুৰাম্বিত কৰিব পৰাকৈ ইক' ট্ৰৰিজিমৰো পোষকতা কৰে বৰাই। অৱশ্যে এই পৰিকল্পনা সমূহ বাস্তৱত ৰূপ দিবৰ বাবে তেওঁ স্হানীয় ৰাইজৰ সহযোগিতা মুলধন বুলি উল্লেখ কৰে অম্লান বৰাই ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.