ETV Bharat / state

টীয়কত বিজেপিত যোগদান শতাধিক মহিলাৰ

author img

By

Published : Nov 3, 2020, 9:46 PM IST

ভাৰতীয় জনতা পাৰ্টিৰ টীয়কৰ চিপাহীখোলা মণ্ডলৰ ২০নং গোহাই ফেচুৱাল পঞ্চায়তত মঙলবাৰে অনুষ্ঠিত হোৱা এক দলীয় সাংগঠিনক সভাত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পুৰুষ মহিলাই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

teok-bjp-joinning-news
টীয়কত বিজেপিত যোগদান শতাধিক মহিলাৰ

টীয়ক, 3 নৱেম্বৰ : ভাৰতীয় জনতা দলৰ টীয়কৰ চিপাহীখোলা মণ্ডলৰ ২০নং গোহাই ফেচুৱাল পঞ্চায়তত মঙলবাৰ্ অনুষ্ঠিত হোৱা এক দলীয় সাংগঠিনক সভাত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পুৰুষ মহিলাই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। মণ্ডল সভাপতি ৰাতুল বৰঠাকুৰৰ সভাপতিত্ব আয়োজিত এই সভাত জিলা যুৱ মৰ্চাৰ সম্পাদক আইছেং সন্দিকৈৰ নেতৃত্বত অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক যুৱক আৰু জিলা বিজেপিৰ সম্পাদিকা যুৱনেত্ৰী ৰুমী চেতীয়াৰ নেতৃত্বত শতাধিক কংগ্ৰেছী মহিলাই যোগদান কৰে।

উল্লেখ্য যে, বিগত সময়ছোৱাত সমষ্টিটোৰ বিশেষকৈ অধিকাংশ পঞ্চায়ততে মহিলাসকল ওলাই আহি বিজেপি দলত যোগদান কৰা এই কাৰ্যই অনাগত দিনত দলীয় সাংগঠিনক ভেটি অধিক সুদৃঢ় কৰিব বুলি মন্তব্য কৰিছে কৰ্মকৰ্তাসকলে।

লগতে পঢ়ক: মানৱতাৰ নিৰ্দশনকাৰী মহানগৰী সমীপৱৰ্তী এখন গাঁও...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.