ETV Bharat / state

টীয়কত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

author img

By

Published : Feb 23, 2021, 1:02 PM IST

ৰাজ্যিক বিজেপিৰ নিৰ্দেশমৰ্মে টীয়ক সমষ্টিৰ কলিয়াপানী মণ্ডল বিজেপিৰ উদ্যোগত মঙলবাৰৰ পৰা মণ্ডলটোৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ জনসম্পৰ্ক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

A_teok_bjp-janasamparka-scheme_vis_asc10027
টীয়কত বিজেপিৰ ঘৰে ঘৰে জনসম্পৰ্ক কাৰ্যসূচী

টীয়ক,23 ফেব্ৰুৱাৰী: টীয়কত বিজেপিৰ ঘৰে ঘৰে জনসম্পৰ্ক কাৰ্যসূচী ৰূপায়ণ ৷ ৰাজ্যিক বিজেপিৰ নিৰ্দেশমৰ্মে টীয়ক সমষ্টিৰ কলিয়াপানী মণ্ডল বিজেপিৰ উদ্যোগত মঙলবাৰৰ পৰা মণ্ডলটোৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ জনসম্পৰ্ক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মণ্ডল বিজেপিৰ সভাপতি সম্পাদক প্ৰমুখ্যে ৱাৰ্ড, বুথৰ সদস্য সকলে ৰাইজৰ ঘৰে ঘৰে গৈ বিগত সময়ত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি সম্পৰ্কে জ্ঞাত কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয় । লগতে অনাগত দিনত ৰাজনৈতিকভাৱে ৰাইজৰ সঁহাৰি বিচাৰে কৰ্মকৰ্তাসকলে ।

উক্ত কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক কাৰ্য নিৰ্বাহকৰ সদস্য তথা যুৱ নেতা দেৱজিত বৰুৱা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক-ভূমি আৱণ্টনক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হতাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.