ETV Bharat / state

বিধায়িকাৰ বাসগৃহৰ সমীপতে মুখ্যমন্ত্ৰীৰ প্ৰতীকী শৱদাহ

author img

By

Published : Dec 30, 2019, 1:50 PM IST

Updated : Dec 30, 2019, 2:35 PM IST

যোৰহাটত মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যসূচীৰ সময়তে সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত বিধায়িকা গৰাকীয়ে বহুকেইটা পূৰ্ৱ নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হয় ৷

Teok aasu protest
বিধায়িকাৰ বাসগৃহৰ সমীপতে মুখ্যমন্ত্ৰীৰ প্ৰতীকী শৱদাস

টীয়ক, 30 ডিচেম্বৰঃ গণতান্ত্ৰিক পন্থাৰে অসমীয়া ৰাইজ তথা দল সংগঠনে অব্যাহত ৰাখিছে নাগৰিকত্ব সংশোধনী আইনৰ ৰিৰুদ্ধে প্ৰতিবাদ ৷ বিজেপি চৰকাৰ তথা দলে শান্তি সমদল উলিয়াই আন্দোলন স্তিমিত কৰিবলৈ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই ৷ একেই গতিৰে নিৰৱচ্ছিন্ন ভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে বিভিন্ন দল- সংগঠনে ৷

সোমবাৰে টীয়ক বিধান সভা সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ বাসভৱনৰ প্ৰৱেশ পথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকী শৱদেহ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল সংগঠনে ৷

ইমানেই নহয়, প্ৰতিবাদকাৰীসকলে বিধায়িকা ৰেণুপমা ৰাজখোৱাক পুৱাৰ ভাগত থকা কেইবাখনো সভাত অংশগ্ৰহণত বাধা প্ৰধান কৰে ৷ যোৰহাটত মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যসূচীৰ সময়তে সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, চুতীয় ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত বিধায়িকা গৰাকীয়ে বহুকেইটা পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হয় ৷

Intro:Body:টীয়কৰ বিধায়িকাৰ বাসগৃহৰ প্ৰৱেশ পথত সৰ্বানন্দ সোনোৱালৰ শৱদাহ/বিধায়িকাক ৰাজহুৱা সভাত অংশগ্ৰহণত বাধা
TEOK:টীয়ক বিধান সভা সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ বাসভৱনৰ প্ৰৱেশ পথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শৱদেহ দাহ কৰাৰ লগতে বিধায়িকা গৰাকীৰ পুৱাৰ ভাগত থকা কেইবাখনো সভাত যাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাক বাধা দিয়াৰ উদ্দেশ্যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি উত্তাল কৰে পৰিৱেশ।যোৰহাটত মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যসূচীৰ সময়তে ছাত্ৰ সন্থা,যুৱ ছাত্র পৰিষদ,চুতীয়া ছাত্ৰ সন্থাই এই কাৰ্যসূচী গ্ৰহন কৰাত বিধায়িকা গৰাকীয়ে তেওঁৰ নিৰ্ধাৰিত কাৰ্যসূচী সমূহ বাতিল কৰা বুলি জানিব পৰা গৈছে।Conclusion:
Last Updated : Dec 30, 2019, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.