ETV Bharat / state

তৃতীয় শ্ৰমিক কল্যাণ দিৱসৰ সমান্তৰালকৈ চলিব ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Nov 22, 2019, 8:04 PM IST

শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ ওলোৱা এই শ্ৰমিক দিৱসৰ বিৰোধিতা কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ শনিবাৰে কেইবাশ চাহ শ্ৰমিকক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷

তৃতীয় শ্ৰমিক কল্যাণ দিৱসৰ সমান্তৰালকৈ চলিব ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

মৰিয়নী, 22 নৱেম্বৰঃ শনিবাৰে মৰিয়নীত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হ’ব অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ তৃতীয় শ্ৰমিক কল্যাণ দিৱস ৷ কিন্তু দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ ওলোৱা এই শ্ৰমিক দিৱসৰ বিৰোধিতা কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ শনিবাৰে কেইবাশ চাহ শ্ৰমিকক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে বর্তমানৰ চৰকাৰখনে কোনোধৰণৰ কাম নকৰি মাথো শ্ৰমিক সকলক আভুৱা ভাৰিবলৈ শ্ৰমিক কল্যাণ দিৱস উদযাপন কৰিবলৈ লোৱা বুলি এক সংবাদমেল যোগে অভিযোগ উত্থাপন কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

তৃতীয় শ্ৰমিক কল্যাণ দিৱসৰ বিৰুদ্ধে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

উল্লেখ্য যে, শনিবাৰে উদযাপন কৰিবলগীয়া এই শ্ৰমিক কল্যাণ দিৱসত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী,স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহুকেইগৰাকী মন্ত্ৰী,সাংসদ তথা বিধায়ক ৷

গোৱা আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত 'ডঃ বেজবৰুৱা' আৰু 'বহুবৃত্ত'

Intro:MARIANI MLA PRESS MEET.

শ্ৰমিক কল্যান দিৱসৰ বিৰোধিতা ৰূপজ্যোতিৰ। কালিলৈ কেইবাশ চাহ শ্ৰমিকক লগত লৈ প্ৰতিবাদত নামিব বিধায়ক কুৰ্মী।

কাইলৈ মৰিয়নীত অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ তৃতীয় শ্ৰমিক কল্যাণ দিৱস কেন্দ্ৰীয় ভাবে উদযাপন কৰিব। মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাত উদযাপন কৰিবলৈ লোৱা এই শ্ৰমিক কল্যাণ দিৱসৰ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী মন্ত্ৰী, সাংসদ তথা বিধায়ক উপস্থিতি থাকিব। কালিলৈ দিনজোৰা কায্যসূচীৰে পালন কৰিবলৈ লোৱা এই শ্ৰমিক কল্যাণ দিৱসৰ ঘোৰ বিৰোধিতা কৰিছে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শ্ৰমিক সকলৰ উন্নয়নৰ বাবে বর্তমানৰ চৰকাৰখনে কোনোধৰন কল্যাণ তথা উন্নয়ণমূলক কাম নকৰি মাথোঁ শ্ৰমিক সকলক আভুৱা ভৰিবলৈ এই শ্ৰমিক কল্যাণ দিৱস উদযাপন কৰিবলৈ লৈছে বুলি এক সংবাদমেল ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ উত্থাপন কৰে, কালিলৈ কেইবাশ চাহ শ্ৰমিকক লগত লৈ এই শ্ৰমিক কল্যাণ দিৱসৰ উদযাপনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিয়ে।
Bite :- MLA
অন্যহাতে কালিলৈ অনুষ্ঠিত কৰিবলগা শ্ৰমিক কল্যাণ দিৱসৰ উপলক্ষে সহ শ্ৰম আয়ুক্তই যোৰহাট জিলাৰ চাহ বাগিচা সমূহ ছুটি ঘোষণা কৰি দেওবাৰ দিনটো শ্ৰমিক সকলে কাম কৰাৰ এক নিৰ্দেশনা বাহিৰ কৰাক লৈ ক্ষুব্ধ হৈ পৰে বিধায়ক গৰাকী।
BITE :- MLA

RANJIT BORAH
MARIANIBody:MARIANI MLA PRESS MEET.

MARIANIConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.