যোৰহাট,18জুলাইঃ "প্ৰহসনত পৰিণত যোৰহাট আৰক্ষী প্ৰশাসন। দিন-দুপৰতে চলে আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত ডকাইতি অপহৰণৰ দৰে ঘটনা ।" এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ উকীল সন্থাই । ঘটনা অনুসৰি ১৩ জুলাই তাৰিখৰ দিনা দীপক প্ৰসাদ নামৰ যোৰহাট উকীল সন্থাৰ উকীলজনে এটা গোচৰৰ সংক্ৰান্তত জামিন আবেদনৰ বাবে তিতাবৰ ন্যায়ালয়লৈ গৈছিল। কিন্তু যোৱাৰ পথতে তিতাবৰ ডায়েটৰ সন্মুখত ডেবেৰাপৰা আৰক্ষী চকীৰ বিষয়া জ্যোতি প্ৰসাদ দাসে কেইজনমান গুণ্ডা প্ৰকৃতিৰ লোকৰ সৈতে মিলি অধিবক্তাজনক অপহৰণ কৰাৰ চেষ্টা চলাই। এই সন্দৰ্ভত বৃহস্পতিবাৰে যোৰহাট উকীল সন্থাই দুঘন্টীয়া কৰ্মবিৰতি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এখন সংবাদ মেলৰও আহ্বান কৰে । উল্লেখ্য যে সংবাদ মেলত আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ ওপৰি দোষী আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক তৎকালীন ভাৱে নিলম্বন কৰি আইনগত ভাৱে বিহীত ব্যৱস্থা ল'বৰ বাবে যোৰহাট আৰক্ষী অধীক্ষক লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তদুপৰি এই সমগ্ৰ ঘটনা সম্পৰ্কত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈয়ো এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে যোৰহাট উকীল সন্থাই।
যোৰহাট আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উকীল সন্থাৰ - যোৰহাট
বৃহস্পতিবাৰে যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে সংবাদ মেল সম্বোধন অধিবক্তা সন্থাৰ ৷ আৰক্ষীৰ দ্বাৰা অধিবক্তাক অপহৰণৰ অভিযোগ উকীল সন্থাৰ।মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷
যোৰহাট,18জুলাইঃ "প্ৰহসনত পৰিণত যোৰহাট আৰক্ষী প্ৰশাসন। দিন-দুপৰতে চলে আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত ডকাইতি অপহৰণৰ দৰে ঘটনা ।" এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ উকীল সন্থাই । ঘটনা অনুসৰি ১৩ জুলাই তাৰিখৰ দিনা দীপক প্ৰসাদ নামৰ যোৰহাট উকীল সন্থাৰ উকীলজনে এটা গোচৰৰ সংক্ৰান্তত জামিন আবেদনৰ বাবে তিতাবৰ ন্যায়ালয়লৈ গৈছিল। কিন্তু যোৱাৰ পথতে তিতাবৰ ডায়েটৰ সন্মুখত ডেবেৰাপৰা আৰক্ষী চকীৰ বিষয়া জ্যোতি প্ৰসাদ দাসে কেইজনমান গুণ্ডা প্ৰকৃতিৰ লোকৰ সৈতে মিলি অধিবক্তাজনক অপহৰণ কৰাৰ চেষ্টা চলাই। এই সন্দৰ্ভত বৃহস্পতিবাৰে যোৰহাট উকীল সন্থাই দুঘন্টীয়া কৰ্মবিৰতি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এখন সংবাদ মেলৰও আহ্বান কৰে । উল্লেখ্য যে সংবাদ মেলত আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ ওপৰি দোষী আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক তৎকালীন ভাৱে নিলম্বন কৰি আইনগত ভাৱে বিহীত ব্যৱস্থা ল'বৰ বাবে যোৰহাট আৰক্ষী অধীক্ষক লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তদুপৰি এই সমগ্ৰ ঘটনা সম্পৰ্কত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈয়ো এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে যোৰহাট উকীল সন্থাই।
আৰক্ষীৰ দ্বাৰা অপহৰনৰ চেষ্টা অধীবক্তাক।।মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ স্মাৰক পত্ৰ।।
এতিয়া প্ৰহসনত পৰিণত যোৰহাট আৰক্ষী প্ৰশাসন।দিন-দোপৰতে চলে আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত ডকাইতি অপহৰন দৰে ঘটনা।এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে যোৰহাটৰ বাৰ-এচছিয়েন্সৰ উকীল সন্হাই।বিগত ১৩ জুলাই তাৰিখৰ দিনাখনৰ যোৰহাট বাৰ-এচছিয়েন্সৰ উকীল দীপক প্ৰসাদ নামৰ উকীল জনে এটা গোছৰৰ সংকান্তৰ এটা জামিনৰ আবেদন বাবে তিতাবৰ ন্যায়ালয়লৈ গৈছিল।কিন্তু তিতাবৰৰ ডায়েটৰ সন্মুখত ডেবেৰাপৰা আৰক্ষী চকীৰ বিষয়া জ্যোতি প্ৰসাদ দাসে কেইজনমান গুন্ডা প্ৰকৃতিৰ ব্যক্তিৰ সৈতে মিলি অধীবক্তা জনক অপহৰণ কৰাৰ চেষ্টা চলাই।এই সন্দৰ্ভত আজি যোৰহাট উকীল সন্হাই দুঘন্টীয়া কৰ্মবিৰতি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এখন সংবাদ মেল ও আহ্বান কৰে।উল্লেখযোগ্য যে সংবাদ মেলত আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে তদুপৰি দুষি আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক তৎকালীন ভাৱে নিলম্বীত কৰাৰ লগতে আইনগত ভাৱে বিহীত ব্যৱস্থা লবৰ বাবে যোৰহাট আৰক্ষী অধীক্ষক লৈ প্ৰেৰণ কৰে।তদুপৰি এই সমগ্ৰ ঘটনা সম্পৰ্কত আৰক্ষীৰ উচ্চ পয্যায়ৰ লগতে অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে।