ETV Bharat / state

অগপৰ হাততেই থাকিব দেৰগাঁও সমষ্টি : ভৱেন ভৰালী

author img

By

Published : Jan 19, 2021, 9:36 PM IST

অগপৰ সংবাদ মেল ৷ ২০ জানুৱাৰীত যোৰহাটত অনুষ্ঠিত হ'ব অগপৰ জাতীয় ঐক্য সমাৰোহ ৷ এই সমাৰোহত উপস্থিত থাকিব অগপৰ শীৰ্ষ বিষয়াসকল ৷

pressmeet-by-bhoban-bhorali
এজিপিৰ হাততেই থাকিব দেৰগাঁও সমষ্টি : ভৱেন ভৰালী

যোৰহাট, 19 জানুৱাৰী : যোৰহাটত অনুষ্ঠিত হ'বলৈ গৈ আছে অগপৰ জাতীয় ঐক্য সমাৰোহ ৷ ২০ জানুৱাৰীত যোৰহাটত অনুষ্ঠিত হ'ব লগা এই সমাৰোহত ২৫ হাজাৰ লোক সমবেত হোৱাৰ সম্ভাৱনাই প্ৰকট ৷ সংবাদ মেল যোগে এই কথা সদৰি কৰিলে দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালীয়ে ৷

এই অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰা, যোগান মন্ত্ৰী ফনিভূষন চৌধুৰী, জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত সহ ১০ জনকৈ অধিক অগপৰ বিধায়কৰ লগতে কণ্ঠ শিল্পী কল্পনা পাটোৱীৰীও উপস্থিত থাকিব ৷ আনকি এই সভাতে বহু সংখ্যক ব্যক্তিয়েও দলত যোগদান কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে দেৰগাঁৱৰ বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.