মৰিয়নী, 27 অক্টোবৰঃ SDRF বাহিনী আৰু মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰে ধোদৰ আলি অৱৰোধ কৰি মৰিয়নীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শতাধিক ৰাইজে ৷ মৰিয়নীৰ ভোগদৈ নৈত পৰি গোবিন্দ ৰাও নামৰ কিশোৰ এজন সন্ধানহীন হোৱাৰ কেইবাঘন্টা উকলি যোৱাৰ পিছতো SDRF বাহিনী আৰু মৰিয়নী আৰক্ষীয়ে কোনোধৰণৰ উদ্ধাৰ অভিযানত অংশগ্ৰহণ নকৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী ৰাইজে আৰক্ষী মুর্দাবাদ, মৰিয়নী আৰক্ষী গ’ বেক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ প্ৰায় শতাধিক উত্তেজিত ৰাইজে মৰিয়নী কোঠালগুৰি ভোগদৈ দলঙৰ সমীপত পথ অৱৰোধ কৰাৰ ফলত বহুসময় ধৰি প্ৰায় কেইবাশতাধিক যান-বাহন আৱদ্ধ হৈ ৰয় ৷
মৰিয়নীৰ ধোদৰ আলিত উত্তপ্ত পৰিস্থিতি
SDRF বাহিনী আৰু মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰে ধোদৰ আলি অৱৰোধ কৰি মৰিয়নীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শতাধিক ৰাইজে ৷
মৰিয়নী, 27 অক্টোবৰঃ SDRF বাহিনী আৰু মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰে ধোদৰ আলি অৱৰোধ কৰি মৰিয়নীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শতাধিক ৰাইজে ৷ মৰিয়নীৰ ভোগদৈ নৈত পৰি গোবিন্দ ৰাও নামৰ কিশোৰ এজন সন্ধানহীন হোৱাৰ কেইবাঘন্টা উকলি যোৱাৰ পিছতো SDRF বাহিনী আৰু মৰিয়নী আৰক্ষীয়ে কোনোধৰণৰ উদ্ধাৰ অভিযানত অংশগ্ৰহণ নকৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী ৰাইজে আৰক্ষী মুর্দাবাদ, মৰিয়নী আৰক্ষী গ’ বেক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ প্ৰায় শতাধিক উত্তেজিত ৰাইজে মৰিয়নী কোঠালগুৰি ভোগদৈ দলঙৰ সমীপত পথ অৱৰোধ কৰাৰ ফলত বহুসময় ধৰি প্ৰায় কেইবাশতাধিক যান-বাহন আৱদ্ধ হৈ ৰয় ৷
মৰিয়নীত উত্তপ্ত পৰিস্থিতি, শতাধিক ৰাইজে অৱৰোধ কৰিলে ধোদৰআলি।
মৰিয়নীত আজি সন্ধিয়া হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰায় শতাধিক ৰাইজে অৱৰোধ কৰে ধোদৰ আলি। জানিব পৰা মতে মৰিয়নীৰ 2 নম্বৰ ৱাৰ্ড নিবাসী ৰামা ৰাওৰ পুত্ৰ গোবিন্দ ৰাওয়ে তেওঁৰ কেইজনমান বন্ধুৰ লগত আজি দুপৰীয়া মৰিয়নীৰ ভোগদৈ নৈ লৈ আহিছিল।নৈৰ পাৰত খেলি থকা অৱস্থাত দুৰ্ভাগ্যবশত গোবিন্দ ৰাও নৈৰ পানীত উটি যায়। স্থানীয় ৰাইজে এই সন্দৰ্ভত গম পাই আৰক্ষী অৱগত কৰোৱাৰ লগতে নিজেও সলিল সমাধি হোৱা লৰাজনৰ বিচাৰ কোচাৰ আৰম্ভ কৰে। যদিও ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৪-৫ঘণ্টাৰ পাছতো SDRF বাহিনী অথবা মৰিয়নী আৰক্ষীয়ে কোনোধৰণৰ উদ্ধাৰ অভিযান অংশ নোলোৱাত ৰাইজ উত্তেজিত হৈ পথ অৱৰোধ কায্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদ কাৰীয়ে আৰক্ষী মূর্দাবাদ, মৰিয়নী আৰক্ষী গ বেক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰায় শতাধিক উত্তেজিত ৰাইজে মৰিয়নী কোঠালগুৰি ভোগদৈ দলংৰ সমীপত পথ অৱৰোধ কৰাৰ ফলত প্ৰায় কেইবাশত্তাধিক যানবাহন আবদ্ধ হৈ ৰয়।
Bite :- father , local
Ranjit Borah
Mariani
Body:Mariani Road block

Conclusion: