ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত টীয়কত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

এঘাৰটা মাহে কাৰাবন্দী কৰি ৰখা কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত টীয়কত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

author img

By

Published : Nov 27, 2020, 7:27 PM IST

As_teok_kmss_protest_at_teok_asc10027
অখিল গগৈক মুক্তিৰ দাবীত টীয়কত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

টীয়ক,27 নৱেম্বৰ : অখিল গগৈৰ মুক্তিৰ দাবীত টীয়কত উত্তাল প্ৰতিবাদ ৷ কা বিৰোধী আন্দোলনত অংশ লোৱাৰ অপৰাধত বিগত বৰ্ষৰ 12 ডিচেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াক অৰ্পন কৰে কৃষক নেতাগৰাকীক ৷ তাৰ পাচতে এটাৰ পাচত আন এটাকৈ বহুকেইটা গোচৰ জাপি দিয়া হয় অখিল গগৈৰ ওপৰত ৷ সম্প্ৰতি কাৰাৰুদ্ধ হৈ আছে কৃষক নেতা গৰাকী ৷

শুকুৰবাৰে, এঘাৰটা মাহে আক্ৰোশমূলকভাৱে কৃষক নেতা অখিল গগৈক কাৰাবন্দী কৰি ৰখা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টীয়কৰ মাজমজিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড লৈ অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী তোলে ৷ অখিল গগৈ জিন্দাবাদ, বিজেপি চৰকাৰ মূর্দাবাদ, কা আইন বাতিল কৰক, বিজেপি চৰকাৰ নিপাত যাওক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক:মাৰ্ঘেৰিটাত নাৰ্চিংহোমৰ আৱৰ্জনাৰ মাজত উদ্ধাৰ নৱজাত শিশুৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.