ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট আৰক্ষীৰ উচ্ছেদ অভিযান - JORHAT TRAFFIC

যান-জঁট নিয়ন্ত্ৰণৰ লগতে পথৰ কাষত থকা অবৈধ দোকানৰ প্ৰতিবেদন সামৰি বাতৰি প্ৰকাশ হৈছিল ETV Bharat অসমত ৷ এই প্ৰতিবেদন প্ৰত্যক্ষ কৰি গা-লৰিল যোৰহাট জিলা প্ৰশাসনৰ ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট আৰক্ষীৰ উচ্ছেদ অভিযান
author img

By

Published : Apr 24, 2019, 4:54 PM IST

যোৰহাট, 24 এপ্ৰিলঃ ট্ৰেফিক আইন উলংঘা কৰি পদ পথৰ কাষত অবৈধ দোকান দিলে আৰু যান-বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমণা । ইটিভি ভাৰতত বাতৰিৰ প্ৰভাৱত গা-লৰিল যোৰহাট জিলা প্ৰশাসনৰ ৷ চহৰখনত বৃদ্ধি পোৱা অতিৰিক্ত যান-জঁট আৰু পদপথৰ অবৈধ দোকানৰ বিৰুদ্ধে ঘোষণা কৰিলে অতিৰিক্ত জৰিমণা ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট আৰক্ষীৰ উচ্ছেদ অভিযান

যোৰহাটৰ নগৰখনত ব্যাপক হাৰত বৃদ্ধি পোৱা যান-জটৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই যোৰহাটৰ যান-বাহন আৰক্ষী নামি পৰিল অভিযানত । যোৰহাট নগৰখনত দিনক-দিনে বৃদ্ধি পায় অহা বাহনৰ লগতে নগৰৰ ব্যস্ততাপূৰ্ণ পদ পথৰ কাষৰ অবৈধ ভাৱে তথা অস্থায়ীভাৱে স্থাপন কৰা দোকান সমূহেও যান-জঁট বৃদ্ধি হোৱাত অৰিহণা যোগায় আহিছে । যাৰ ফলত এনেধৰণৰ একাংশ পদ পথৰ দোকানৰ বিৰুদ্ধে উচ্ছেদ অভিযানত নামিল যোৰহাটৰ ট্ৰেফিক আৰক্ষী । যান-বাহন আৰক্ষী বিষয়া সূৰেন কলিতাই জনোৱা মতে আজিৰে পৰা এইদৰে দৈনিক উচ্ছেদ অভিযান হ'ব আৰু লগতে যিসকল ব্যক্তিয়ে যান-বাহন আইন উলংঘা কৰি বাহন সমূহ পথৰ দাঁতিত ৰাখি থ'ব সেই সকল লোকক অতিৰিক্ত জৰিমণা বিহা হ'ব ।

ETV Bharat ৰ বাতৰি প্ৰভাৱ।।যান-জট নিয়ন্ত্ৰণৰ লগতে পদ পথৰ কাষৰ অবৈধ দোকানৰ বিৰুদ্ধে অভিযান।।

আজিৰে পৰা ট্ৰৈফিক আইন উলংঘা কৰি পদ পথৰ কাষত অবৈধ দোকান আৰু যান-বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমণা।যোৰহাটৰ নগৰখনত ব্যাপক হাৰত বৃদ্ধি পোৱা যান-জটৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই যোৰহাটৰ যান-বাহন আৰক্ষী নামি পৰিল অভিযানত।যোৰহাট নগৰখনত দিনক-দিনে বৃদ্ধি পায় অহা বাহনৰ লগতে নগৰৰ ব্যস্ততাপূৰ্ণ পদ পথৰ কাষৰ অবৈধ ভাৱে তথা অস্হায়ী ভাৱে স্হাপন কৰা দোকান সমূহে ও যান জট বৃদ্ধি হোৱাত অৰিহণা যোগায় আহিছে।যাৰ ফলত একাংশ এনেধৰণৰ পদ পথৰ কাষৰ দোকান সমুহৰ বিৰুদ্ধে উচ্ছেদ অভিযানত নামিল যোৰহাটৰ ট্ৰৈফিক আৰক্ষী।যোৰহাট নগৰখনত বিশেষকৈ দিনৰ ভাগত সৃষ্টি হোৱা যান জটে বাৰুকৈয়ে জিয়াটো ভোগাই আহিছে ৰাইজক।এই যান জটৰ বাতৰি প্ৰচাৰ হোৱাৰ কেই ঘন্টা মানৰ পাছতেই অভিযান আৰম্ভ কৰিলে যান-বাহন আৰক্ষী।যান-বাহন আৰক্ষী বিষয়া সূৰেন কলিতাই জনোৱা মতে আজিৰে দৈনিক উচ্ছেদ অভিযান হব লগতে যিসকল ব্যক্তিয়ে যান-বাহন আইন উলংঘা কৰি বাহন সমূহ পথৰ দাঁতিত ৰাখি থব সেই সকল লোকৰ বিৰুদ্ধে জৰিমনা গ্ৰহণৰ ক্ষেত্ৰত আৰু কঠোৰ হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.