ETV Bharat / state

সৰ্বানন্দ সোণোৱাল জাতীয় খলনায়কঃ লিতুল বুঢ়াগোহাঁই - নাগৰিকত্ব সংশোধনী বিধেয়ক

সদৌ তাই অহোম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি লিতুল বুঢ়াগোহাঁই লগতে শতাধিক কৰ্মীয়ে ৷

সৰ্বানন্দ সোণোৱাল জাতীয় খলনায়কঃলিতুল বুঢ়াগোহাঁই
author img

By

Published : Nov 25, 2019, 9:51 PM IST

যোৰহাট, 25 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰে তাই আহোম ছাত্ৰ সন্থাই ৷ সদৌ তাই অহোম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি লিতুল বুঢ়াগোহাঁইৰ লগতে শতাধিক কৰ্মীয়ে ৷ যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱে চহৰখনৰ মাজৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমক কোনে কাৰণতে বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ দিয়া নহ’ব ৷ যদি ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক কাৰ্যকৰী কৰে তেনেহলে ৰাজ্যৰ পৰিৱেশ অশান্ত হোৱাৰ দায়িত্বও চৰকাৰে ল’ব লাগিব বুলি মন্তব্য কৰে লিতুল বুঢ়াগোহাঁইয়ে ৷ লগতে তেখেতে চৰকাৰৰ ব্যৰ্থতাসমূহ আঙুলিয়াই দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় খলনাক আখ্যা দিয়ে ৷

সদৌ তাই অহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু জনজাতিকৰণৰ দাবীত তাই আহোম ছাত্র সন্হাৰ জোৰ সমদল।।কোনো কাৰণত মানি লোৱা নহৱ নাগৰিকত্ব সংশোধনী বিধেয়ক।।

সৰ্বানন্দ সোনোৱাল এতিয়া জাতীয় নায়ক নহয় এতিয়া খলনায়ক।।

সদৌ তাই আহোম ছাত্র সন্হা(আটাছু)ৰ আহ্বানত যোৰহাট জিলা সমিতিয়ে তাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী জোৰ সমদলত কেন্দ্ৰীয় সমিতিৰ সভাপতি লিতুল বুঢ়াগোহাঁই লগতে শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱো চহৰখনৰ মাজৰে প্ৰতিবাদ সাব্যস্ত কৰে।কোনো কাৰণত অসমক বিদেশীৰ চৰণীয়া পথাৰ হবলৈ দিয়া নহব।যদি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক কায্যকৰি কৰে তেনেহলে ৰাজ্যৰ পৰিৱেশ অশান্ত হোৱাৰ দায়ী চৰকাৰে লব লাগিব।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.