ETV Bharat / state

হাই ম’ষ্ট বিজুলী বাতিৰে আলোকিত হ'ব যোৰহাট চহৰ

author img

By

Published : Oct 23, 2020, 10:48 PM IST

যোৰহাট চহৰত হাই ম’ষ্ট বিজুলী বাতিৰ সংযোগ ৷ যোৰহাট নগৰৰ 26 টা অঞ্চলত এই বিজুলী বাতিৰ সংযোগ ৷ অসম বিধান সভাৰ অধ্যক্ষ হিতেন গোস্বামীয়ে এই হাই ম’ষ্ট বিজুলী বাতি প্ৰকল্পৰ উদ্বোধন কৰে ৷

হাই মাষ্ট বিজুলী বাতিৰে আলোকিত হ'ব যোৰহাট চহৰ

যোৰহাট, 23 অক্টোবৰ: এতিয়াৰে পৰা হাই ম’ষ্ট বিজুলী বাতিৰে আলোকিত হ'ব যোৰহাট চহৰ ৷ যোৰহাট চহৰৰ মুঠ 26 টা অঞ্চলত হাই ম’ষ্ট বিজুলী বাতিৰ সংযোগ ৷ অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে শুকুৰবাৰে আনুষ্ঠানিকভাৱে এই হাই ম’ষ্ট বিজুলী বাতি প্ৰকল্পৰ উদ্বোধন কৰে ৷

এই প্ৰকল্পৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে কয় যে যোৰহাট পৌৰ এলেকাধীন অঞ্চলৰ 23 টা আৰু বিস্তাৰিত অন্য 3 টা অঞ্চলত এই হাই ম’ষ্ট বিজুলীৰ সংযোগ কৰা হৈছে ৷ উদ্বোধনী অনুষ্ঠানত হিতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে ৰাজ্য সভাৰ সাংসদ কামাখ্যা তাচা, যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জী ক'ৰাটীৰ লগতে অন্য বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই বিজুলী বাতিৰ সংযোগে যোৰহাট চহৰৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.