ETV Bharat / state

লক্ষাধিক টকাৰ ঋণ লৈ সন্তান সহিতে পলায়ন স্বামী-স্ত্ৰীৰ

স্থানীয় গোটৰ লগতে কেইবাটাও গোটৰ পৰা লক্ষাধিক টকাৰ ঋণ লৈ সন্তান সহিতে পলাল স্বামী-স্ত্ৰী ৷ স্থানীয় গোটসমূহত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

author img

By

Published : Sep 14, 2019, 3:31 PM IST

লক্ষাধিক টকাৰ ঋণ লৈ সন্তান সহিতে পলাল স্বামী-স্ত্ৰী

শিৱসাগৰ, 14 চেপ্তেম্বৰঃ কেইবাটাও ক্ষুদ্ৰ বিত্তীয় কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি তিনি সন্তান সহ পলাতক অৱস্থাত আছে আমগুৰি টিপমীয়া গাঁৱৰ এটা পৰিয়াল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বন্ধন,ছেটিংছ,আৰোহন,অসমী,এলএনটি,আৰজিবিএন,জনলক্ষ্মী আদি কেইবাটাও ক্ষুদ্ৰ বিত্তীয় কোম্পানীৰ পৰা বহু লক্ষাধিক টকাৰ ঋণ লৈছিল পলাতক ৰুবুল আৰন্ধৰাৰ পত্নী চন্দনা আৰন্ধৰায়ে ৷ এনে পৰিস্থিতিত স্থানীয় গোটৰ মহিলা সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷

Intro:Body:আমগুৰি ব্ৰেকিং
সমীৰণ দুৱৰা
১৪/৯/১৯

আমগুৰি ১৪ ছেপ্টেম্বৰ:

আমগুৰিত মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি পলায়ণ এটা পৰিয়াল।

আমগুৰি টিপমীয়া গাঁওত সংঘটিত হৈছে এই ঘটনা

যোৱা এপ্ৰিল মাহৰপৰা ঋণ পৰিশোধ কৰিব নোৱাৰি পলায় আছে ৰুবুল আৰন্ধৰা পত্নী চন্দনা আৰন্ধৰা আৰু দুই কন্যাসহ এটি পুত্ৰ সন্তান

বন্ধন, ছেটিংছ, আৰোহন, অসমী, এল এন টি, আৰ জি বি এন, জনলক্ষ্মী আদিৰ পৰা বহু লক্ষাধিক লৈ পলায়ণ কৰে পৰিয়ালটো

সম্প্ৰতি গোটৰ মহিলা সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালটো পলায়ণ কৰাত গোটৰ মহিলাসকলেই হাঁহ, কুকুৰা, কাপোৰ বিক্ৰী কৰি ঋণৰ ধাৰ পৰিশোধ কৰিবলগীয়া হৈছে।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এনেদৰে ঋণৰ বোজা সহিব নোৱাৰি মাটি-ভেঁটি ঘৰ এৰি পলায়ণ কৰাত মাইক্ৰ'ফাইনেন্স কোম্পানীৰ দায়িত্বহীনতাৰ স্বৰূপ প্ৰতিফলিত হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.