ETV Bharat / state

গণ মৃত্যু শাম কটাৰ দিশত

হ্ৰাস পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা

যোৰহাট চিকিৎসা মহাবিদ্যালয়
author img

By

Published : Feb 26, 2019, 3:15 PM IST

যোৰহাট, ২৬ ফেব্ৰুৱাৰী: বিষাক্ত চুলাই মৃত্যুৰ শীতল পৰশ শাম কাটিছে কিয়নো ক্ৰমান্বয়ে হ্ৰাস পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা। শতিকাৰ কৰূণ ঘটনাটোত গোলাঘাট আৰু যোৰহাটৰ বৰহোলাত ডেৰশত কৈও অধিক লোকে প্ৰাণ হেৰুৱাইছিল ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ২৪৭ গৰাকী চিকিৎসাধীন ব্যক্তি ভৰ্তি আছে । ইয়াৰে ২২০ গৰাকী পূৰুষ,২৭ গৰাকী মহিলা। ইতিমধ্যে জে এম চিৰ চিকিৎসকে জনোৱা অনুসৰি ৩৬ জন ৰোগীক সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। ইপিনে বৰ্তমান সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৩ গৰাকী ৰোগী এই পৰ্যন্ত সংকট জনক অৱস্থাত আছে।উল্লেখ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৭৮ জনৰ মৃত্যু হৈছিল। আনহাতে ২২ জন লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাত আদ-বাটতে মৃত্যুক আকোঁৱালি লৈছিল।

বিষাক্ত চুলাই মৃত্যুৰ শীতল পৰশ শাম কাটিছে।।

ক্ৰমান্বয়ে হ্ৰাস পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা।।এক প্ৰকাৰৰ গণ মৃত্যুৰ শাম কটাৰ দিশত।।ডেৰশ কৈ অধিক লোকৰ প্ৰাণ গল গোলাঘাট আৰু যোৰহাটৰ বৰহোলাত।শতিকাৰ কৰূণ ঘটনা।
আজি পৰিস্থিতিৰ শাম কাটিছে যদিও নতুনকৈ আক্ৰান্ত লোক আহি আছে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ।যিহেতু যোৱা দেওবাৰ নিশা হোৱা মৃত ব্যক্তিৰ পাছত দুদিন ধৰি মৃত্যু হোৱা নাই কোনো চিকিৎসাধীন ব্যক্তিৰ।

ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমানেও চিকিৎসাধৰণৰ ন ২৪৭ গৰাকী।ইয়াৰে ২২০ গৰাকী পূৰুষ,২৭ গৰাকী মহিলা।
উল্লেখ যে অতি ভাল খৱৰ যে ইয়াৰ ভিতৰত ইতিমধ্যে ৩৬ জন ৰোগীক ঘৰলৈ যাবলৈ সক্ষম হৈছে।সম্পূৰ্ণ সুস্থ হৈ।

মহিলা সকলৰ ভিতৰত যোৰহাট জিলাৰ ১৭ গৰাকী আৰু গোলাঘাট জিলাৰ ১৬ গৰাকী।পুৰুষৰ ভিতৰত যোৰহাটৰ জিলাৰ ১৪৫ গৰাকী আৰু ৭৫ গৰাকী গোলাঘাট জিলাৰ।
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৭৮ জনৰ মৃত্যু হয়।আনহাতে ৭৮ জনৰ ভিতৰত ২২ জনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাত আদ-বাটতে মৃত্যুত আকোঁৱালি লৈছিল।

উল্লেখযোগ্য যে বৰ্তমান সময়তো যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৩ গৰাকী ৰোগীৰ অৱস্থা সংকট জনক।

byte :চিকিৎসক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.