ETV Bharat / state

" মুখ্যমন্ত্ৰীৰ বিয়া সবাহ খাবলৈ সময় ওলাই কিন্তু ডাঃ দেবেন দত্তৰ পৰিয়ালৰ খবৰ ল'বলৈ সময় নোলায় " - তিতাবৰ

2021 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ তিতাবৰৰ পৰা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সোমবাৰে যোৰহাটৰ বিষ্টুৰাম বৰুৱা হলত অনুষ্ঠিত কংগ্ৰেছৰ বিশেষ কৰ্মী সভাত উপস্থিত থাকি এই কথা জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Sep 9, 2019, 9:38 PM IST

যোৰহাট, 09 চেপ্তেম্বৰঃ 2021 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ তিতাবৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সোমবাৰে যোৰহাটৰ বিষ্টুৰাম বৰুৱা হলত অনুষ্ঠিত কংগ্ৰেছৰ বিশেষ কৰ্মী সভাত উপস্থিত থাকি এই কথা জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যোৰহাটৰ টীয়ক চাহ বাগিচাত সংঘটিত ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিয়া সবাহ খাবলৈ সময় উলাই কিন্তু টীয়কৰ ঘটনাৰ খবৰ ল'বলৈ আহৰি নাই ৷ ইয়াৰ লগতে এন আৰ চি সন্দৰ্ভতো তেওঁ গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভূমিকাক সমালোচনা কৰে ৷ ইয়াৰোপৰি বিজেপি চৰকাৰৰ নীতি ভুল হোৱাৰ কাৰণেই দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে ৷

Intro:পুনৰ তিতাবৰৰ পৰা অৰ্বত্তীন হব নিৰ্বাচনত তৰুণ গগৈ।নৃন্যতম মানৱতাৰ গুন নাই সৰ্বানন্দৰ‌‌।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।।Body:যোৰহাটৰ টিয়ক চাহ বাগিচাৰ যি ঘটনা সংঘটিত হৈছিল তাৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীৰ সময় নাই প্ৰয়াত দেবেন দত্তৰ ঘৰত খৱৰ লবলৈ।সামান্য মানৱীয় গুন নাই মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী গৰাকীৰ।মুখ্যমন্ত্ৰীয়ে বিয়া সবাহ খাৱলৈ সময় ওলাই কিন্তু টিয়ক ঘটনাৰ সশখৱৰ লবলৈ আহৰি নাই।এই গুৰুত্বপূৰ্ণ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

Byte-1

আনহাতে যোৱা কালি নেডাৰ বিশেষ সভাত উপস্থিত থাকি দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহে কি কলে। এন ইৰ চি এজনো বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হব নোৱাৰিব আৰু ভাৰতীয় লোকৰ নাম বাদ পৰিব নোৱাৰিব কিন্তু আচলতে কি হৈছে।সেইয়া স্পষ্ট হৈ পৰিছে।গৃহবিভাগৰ দ্বায়িত্ব থাকি অমৃত শ্বাহে এন আৰ চি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই।
Bytes

উল্লেখযোগ্য যে যোৰহাটৰ বিষ্টুৰাম বৰুৱা হল অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশেষ কৰ্মী সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী গৰাকীক তীব্র ভাষাৰে সমালোচনা কৰে।
বিজেপিৰ শাসনকালত দেশৰ লগতে ৰাজ্যৰ উন্নয়ন স্হবীৰ হৈ পৰিছে।ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ বন্ধ কৰিছে।ৰাজ্যখনৰ গাওৰ পথ সমুহৰ অৱস্থা শোচনীয় হৈ পৰিছে।আনকি মুখ্যমন্ত্ৰী সমষ্টিৰ মাজুলীৰ কি উন্নয়ন সাধন কৰিছে।

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় দেশৰ আৰু ৰাজ্যৰ স্বাৰ্থত আগন্তুক বিধান সভা নিৰ্বাচনত তিতাবৰৰ পৰা পুনৰ অৰ্বত্তীন হব।
Bute 3

Conclusion:দেশৰ।অৰ্থনৈতিক অৱস্থা শোচনীয় হোৱাৰ মুল কাৰন বিজেপি চৰকাৰৰ নীতি নিৰ্ধাৰণ দুৰ্বল হোৱাৰ ফলতেই আজি দেশৰ জনমুৰী আয় নিম্নগামী হৈছে।আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰা ৰণকৌশল আৰম্ভ কৰিছে কংগ্ৰেছ দলে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.