ETV Bharat / state

বৰহোলাত বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ - বিত্তীয় প্ৰতিষ্ঠান

বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানে লুটিছে অসমৰ সৰ্ব সাধাৰণক । 35% সুতৰ হাৰ প্ৰযোজ্য কৰি সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে বিত্তীয় প্ৰতিষ্ঠান সমূহে ।

বৰহোলাত বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ
author img

By

Published : Sep 12, 2019, 9:23 PM IST

তিতাবৰ, 12 চেপ্তেম্বৰঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নীতি ভৰিৰে মোহাৰি 35% সুতৰ হাৰ প্ৰযোজ্য কৰি সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে বিত্তীয় প্ৰতিষ্ঠান সমূহে । এই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ জালত পৰিল তিতাবৰ বৰহোলাৰ মিৰা চাওঁতাল নামৰ এগৰাকী মহিলা ৷ মিৰা চাওঁতালৰ চহী ব্যৱহাৰ কৰি প্ৰবন্ধকে 20000 টকা উলিয়াই যদিও মিৰা চাওঁতালে এটকাও লাভ নকৰাৰ অভিযোগ ৷

FIR filed against micro finance company in titabor
বৰহোলাত বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ
বৰহোলাত বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ

আনহাতে এতিয়া কিস্তি দিয়াৰ জাননী লাভ কৰি ক্ষোভিত হৈ পৰিছে এটকাও লাভ নকৰা মিৰা৷ আনহাতে এই প্ৰতিষ্ঠানৰ পৰা অহা কালেশ্বন মাষ্টাৰৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷ দিন হাজিৰা কৰা লোকসকলৰ পৰা কালেশ্বন মাষ্টাৰ সকলে হাঁহ কুকুৰা টিভি মোবাইল, আনকি ঘৰৰ টিন পাত লৈ যোৱাৰো অভিযোগ । মিৰা চাওঁতালে বৰহোলা আৰক্ষী থানাত এই সন্দৰ্ভত ৰুজু কৰিছে গোচৰ । বৰহোলাৰ পৰা প্ৰায় 30 লাখ টকা লৈ দুই মহিলা প্ৰবন্ধক উধাও হোৱাৰ অভিযোগ ভুক্তভোগী মহিলাৰ৷ এতিয়ালৈকে বৰহোলাত তিনিজন লোকে কিস্তি দিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছে বুলি জানিবলৈ দিছে ভুক্তভোগী মহিলাসকলে৷

Intro:বহিৰাগত বৃত্তীয় প্ৰতিষ্ঠানে লুটিছে অসমৰ সৰ্ব সাধাৰণক । অসমত থিতাপি লৈছে বিত্তীয় প্ৰতিষ্ঠান সমূহে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নীতি ভৰিৰে মোহাৰি 35% সুতৰ হাৰ প্ৰযোজ্য কৰি সৰ্ব সাধৰণ ৰাইজক ওপৰত মাধমাৰ শুধাইছে এই প্ৰতিষ্ঠান সমূহে । মিৰা চাওঁতাল নামৰ মহিলা গৰাকী জালত পৰিল এই প্ৰতিষ্ঠানৰ ।প্ৰবন্ধকে 20000 টকা মিৰা কাগজ পত্ৰ চহী ব্যৱহাৰ কৰি উলিযাই ললে কিন্তু এটকাও হাতত নাহিল মিৰাৰ । এতিয়া কিস্তি দিয়াৰ পাল পৰিৰ কিন্তু এটকাও নোপোৱা মিৰা কিস্তি দিয়ে কেনেকৈ এতিয়া এই প্ৰতিষ্ঠানৰ পৰা অহা কালেশ্বন মাষ্টাৰ শুদা হাতে নাযায় অৱশেষ তিনিটা হাঁহ লৈ উদাও কালেশ্বন মাষ্টাৰ ।Body:মিৰা চাওঁতালে বৰহোলা আৰক্ষী থানাত ৰুজু কৰিছে । বৰহোলা পৰা প্ৰায় 30 লাখ টকা লৈ উদাও হৈছে দুই মহিলা প্ৰবন্ধক এতিয়া এটকাও নোপোৱা দিন হাজিৰা কৰা লোক কেনেকৈ দিব কিস্তি ।কিস্তি নোলোৱাকৈ নাযায় প্ৰতিষ্ঠান বোৰে নিযোগ কৰা কালেশ্বন মাষ্টাৰ সকল ঘৰ থকা হাঁহ কুকুৰা টিভি মোবাইলআনকি ঘৰ টিন পাত লৈ যায় এই কালেশ্বন মাষ্টাৰ সকল ।এতিয়া লৈকে বৰহোলাত তিনিজন লোক কিস্তি দিব নোৱাৰি আত্মহত্যা পথ বাছি লৈছেConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.