ETV Bharat / state

যোৰহাটত অবৈধ সুৰা বন্ধ কৰাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ - পৰিমল শুক্লবৈদ্য

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ

যোৰহাটত অবৈধ সুৰা বন্ধ কৰাৰ দাবীত প্ৰতিবাদ
author img

By

Published : Mar 1, 2019, 7:36 PM IST

যোৰহাট,১মাৰ্চ: অবৈধ সুৰা ব্যৱসায় বন্ধ কৰাৰ দাবীত শুকুৰবাৰে যোৰহাটত কংগ্ৰেছ কৰ্মীসকলেসাব্যস্ত কৰে প্ৰতিবাদ। যোৰহাট-গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ কৰে কংগ্ৰেছ কৰ্মীসকলে।

যোৰহাটত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ কৰ্মীসকলে।

যোৰহাট কংগ্ৰেছৰ দ্বাৰা প্ৰতিকৃতি দাহ।।
অবৈধ চুলাই বন্ধ কৰাৰ দাবীত।।

ডেৰশতাধীক অসমীয়া লোকৰ মৃত্যুৰ পাছতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি দৰে ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে দৰে ভূমিকা গ্ৰহণ কৰাৰ পৰিলক্ষিত হোৱা নাই।আনহাতে আৱকাৰী দৰে বিভাগ টো কৰ্মদক্ষতা হীনতাৰ বাবেই এনেদৰে ডেৰ শতাধিক লোকৰ মৃত্যু হবলৈ পালে।সেয়েহে যোৰহাট জিলা কংগ্ৰেছৰ কৰ্মীয়ে মুখ্যমন্ত্ৰী,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৱকাৰী মন্ত্ৰী পৰিমল শ্শূক্ল বৈদ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.