ETV Bharat / state

বৰহোলাত জব্দ বিদেশী সুৰা - সুৰাৰ কলা ব্যৱসায়

বৰহোলা আৰক্ষীৰ অভিযানত জব্দ 10000 টকা মূল্যৰ বিদেশী সুৰা ৷ বৰহোলাৰ খেৰমীয়া গাঁৱৰপৰা এই সুৰা সমূহ আৰক্ষীয়ে জব্দ কৰে ৷ জব্দ কৰা সুৰাখিনিৰ ভিতৰত 127 বটল মস্তি সুৰাৰ লগতে 69 বটল বিলাসী সুৰা আছে ৷

বৰহোলা আৰক্ষীৰ অভিযানত জব্দ 10000 টকা  মূল্যৰ বিদেশী সুৰা

author img

By

Published : Sep 10, 2020, 5:13 PM IST

যোৰহাট, 10চেপ্তেম্বৰ: বৰহোলা আৰক্ষীৰ অভিযানত জব্দ হ'ল 10000 টকা মূল্যৰ বিদেশী সুৰা ৷ বুধবাৰে বিয়লি প্ৰায় 4 বজাত আৰক্ষীয়ে অভিযান চলাই বৰহোলাৰ খেৰমীয়া গাঁৱৰপৰা এই সুৰা সমূহ জব্দ কৰে ৷ জগত বৰা নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰা সুৰাখিনিৰ ভিতৰত আছে 127 বটল মস্তি সুৰাৰ লগতে 69 বটল বিলাসী সুৰা ৷

বৰহোলাৰ খেৰমীয়া গাঁৱৰপৰা জব্দ 10000 টকা  মূল্যৰ বিদেশী সুৰা

বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দাসে জানিব দিয়া মতে জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য 10,000 টকা ৷ জগত বৰাৰ বিৰুদ্ধে দীৰ্ঘ সময়ৰ পৰা সুৰাৰ ক'লা ব্যৱসায় চলাই অহাৰ অভিযোগ ৷ বৰ্তমানে পলাতক অৱস্থাত আছে ধৃত জগত বৰা ৷

লগতে পঢ়ক: মাতাল যুৱকে অপদস্থ কৰিলে ক’ভিড চেন্টাৰৰ স্বাস্থ্য কৰ্মীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.